By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ভাৰত বনাম ইংলেণ্ড, বিশ্বকাপ 2023: ভাৰত 100 ৰাণৰ সৈতে বিজয়ী
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Sports > ভাৰত বনাম ইংলেণ্ড, বিশ্বকাপ 2023: ভাৰত 100 ৰাণৰ সৈতে বিজয়ী
Sports

ভাৰত বনাম ইংলেণ্ড, বিশ্বকাপ 2023: ভাৰত 100 ৰাণৰ সৈতে বিজয়ী

BorAxom Desk
Last updated: 2023/10/30 at 7:54 অপৰাহ্ন
BorAxom Desk
Share
6 Min Read
India vs England, World Cup 2023
India vs England, World Cup 2023
SHARE
0
(0)

ভাৰত বনাম ইংলেণ্ড (India vs England): 29 অক্টোবৰত লক্ষ্ণৌত অনুষ্ঠিত ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত ভাৰতৰ জয় হয়। প্ৰথম ইনিংছত প্ৰথমে বেটিং কৰি ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে 229/9 ৰাণ সংগ্ৰহ কৰে, ইয়াৰ পিছতে দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৰ বলিং আক্ৰমণে ইংলেণ্ডৰ দলটোক 34.5 অভাৰত 129 ৰাণত আউট কৰে।

Contents
Table of Contentsভাৰত বনাম ইংলেণ্ড খেলৰ বিৱৰণ (India vs England match details)ভাৰত আৰু ইংলেণ্ড বিশ্বকাপ দল 11 (India and England World Cup Squad 11)ভাৰত বনাম ইংলেণ্ড খেল আৰম্ভ (India vs England match begins)Was this helpful?

Table of Contents

  • ভাৰত বনাম ইংলেণ্ড খেলৰ বিৱৰণ
  • ভাৰত আৰু ইংলেণ্ড বিশ্বকাপ দল 11
  • ভাৰত বনাম ইংলেণ্ড খেল আৰম্ভ

ভাৰত বনাম ইংলেণ্ড খেলৰ বিৱৰণ (India vs England match details)

স্থান: লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়াম

খেল: ভাৰত বনাম ইংলেণ্ড (India vs England)

সময়: দুপৰীয়া 2 বজাত

তাৰিখ: 29 অক্টোবৰ, 2023

ভাৰত আৰু ইংলেণ্ড বিশ্বকাপ দল 11 (India and England World Cup Squad 11)

ভাৰত বিশ্বকাপ দলঃ ৰোহিত শৰ্মা (C), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল(W), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ

ইংলেণ্ড বিশ্বকাপ দলঃ জনি বেয়াৰস্টো, দাৱিদ মালান, জো ৰুট, বেন ষ্টোকছ, জছ বাটলাৰ(W/C), লিয়াম লিভিংষ্টোন, মইন আলী, ক্ৰিছ ৱ’ক্স, ডেভিড ৱিলি, আদিল ৰছিদ, মাৰ্ক উড

ভাৰত বনাম ইংলেণ্ড খেল আৰম্ভ (India vs England match begins)

প্ৰথম ইনিংছ:

ইংলেণ্ডে টছত জয়ী হৈ প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছিল, ৰোহিত এই সিদ্ধান্তত সুখী আছিল কাৰণ তেওঁ প্ৰথমে বেটিং কৰাটো বিচাৰিছিল। ইংলেণ্ডে বাওঁ হাতৰ প্ৰেছ বলাৰ ডেভিদ ৱিলিৰ সৈতে প্ৰথম বলিং আৰম্ভ কৰে আৰু ভাৰতৰ হৈ প্ৰথম বেটিং কৰিবলৈ আহে ৰোহিত শৰ্মা আৰু শুভমান গিল। শুভমান গিল 9 ৰাণ কৰি ৱক্সৰ বলত ষ্টাম্প আউট হয়। ইয়াৰ পিছতে তৃতীয় বেটিং কৰিবলৈ বিৰাট কোহলী আহে। লগে লগে ডেভিদ ৱিলিয়ে শূন্য ৰাণত বিৰাট কোহলীক আউট কৰে। বিৰাট কোহলীৰ পিছতে শ্ৰেয়াছ আয়াৰ আহে। পুণৰ ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত ইংলেণ্ডে ৱক্সৰ বলত শ্ৰেয়াছ আয়াৰক আউট কৰি নিজৰ দ্বিতীয়টো উইকেট লাভ কৰে। ইয়াৰ পিছতে কে এল ৰাহুল আহে। এই দৰে ডেভিদ ৱিলিয়েও ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত কে এল ৰাহুলক আউট কৰি নিজৰ দ্বিতীয়টো উইকেট লাভ কৰে। পিছত ৰোহিত শৰ্মাৰ লগত অংশীদাৰীত্ব কৰিবলৈ সূৰ্যকুমাৰ যাদৱ আহে। অৱশেষত শতকলৈ 13 ৰাণ থাকোতে ৰোহিত শৰ্মা লিভিংষ্টোনৰ দ্বাৰা কেচ আউট হয়। ভাৰত তেতিয়া 37 অভাৰৰ পিছত 165/5 ত আছিল। আদিল ৰছিদ অসাধাৰণ ভাল বলিং কৰিছিল। ৰবীন্দ্ৰ জাদেজা ভাৰতৰ 6 নম্বৰ উইকেট হিচাপে আদিল ৰছিদৰ এল.বি.ডব্লিউ. (LBW)ৰ দ্বাৰা আউট হয়। মাৰ্ক উডৰ দ্বাৰা ইংলেণ্ডে ভাৰতৰ অন্য এটা উইকেট শ্বামীক আউট কৰে। যশপ্ৰীত বুমৰাহৰ আগমণ হয়। সূৰ্যকুমাৰক 49 ৰাণত আউট কৰি ডেভিদ ৱিলিয়ে পুণৰ এটা ডাঙৰ উইকেট লাভ কৰে। ডেভিদ ৱিলিয়ে তেওঁৰ 10 অভাৰৰ কোটা সম্পূৰ্ণ কৰি, তিনিটা উইকেট লাভ কৰে। যশপ্ৰীত বুমৰাহ ৰাণ আউট হয়। এই দৰে ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনৰ প্ৰথম ইনিংছ শেষ হয়। ইংলেণ্ডৰ 230 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি, প্ৰথম ইনিংছত ভাৰতে 50 অভাৰত 9 টা উইকেট লোকচান কৰি 229 ৰাণ সংগ্ৰহ কৰে।

দ্বিতীয় ইনিংছ:

ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনৰ দ্বিতীয় ইনিংছ আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ হৈ প্ৰথম বলিং আৰম্ভ কৰে প্ৰেছ বলাৰ যশপ্ৰীত বুমৰাহে আৰু ইংলেণ্ডৰ হৈ প্ৰথম বেটিং কৰিবলৈ আহে জনি বেয়াৰস্টো আৰু দাৱিদ মালান। ভাৰতে প্ৰথমটো উইকেট দখল কৰে। দাৱিদ মালানক 16 ৰাণত যশপ্ৰীত বুমৰাহে ক্লিন ব’ল্ড কৰে। দাৱিদ মালানৰ পিছতেই যশপ্ৰীত বুমৰাহে পুণৰ জো ৰুটৰ উইকেট দখল কৰে। ইংলেণ্ডৰ দলটো গভীৰ সমস্যাত পৰিছিল, কিয়নো যশপ্ৰীত বুমৰাহে দুটা বলত দুটা উইকেট দখল কৰিছিল। মহম্মদ ছামীয়ে, ক্ৰীজত উপস্থিত হোৱাৰ পিছৰে পৰা সংগ্ৰাম কৰি থকা বেন ষ্ট’কছক ক্লিন ব’ল্ড কৰে। এই দৰে মাত্ৰ 33 ৰাণত ইংলেণ্ডে তেওঁলোকৰ তৃতীয়টো উইকেট হেৰুৱাই। পুণৰ মহম্মদ ছামীয়ে ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত জনি বেয়াৰষ্ট’ৰ উইকেট গ্ৰহণ কৰি নিজৰ দ্বিতীয়টো উইকেট লাভ কৰে। ভাৰতে কুলদীপ যাদৱ দ্বাৰা  জছ বাটলাৰৰ উইকেট দখল কৰে। পুণৰ ছামীয়ে আলীৰ উইকেট দখল কৰে। ইংলেণ্ডৰ দলটো গভীৰ সমস্যাত আছিল, ইংলেণ্ডৰ উইকেট এটা এটাকৈ ধাৰাবাহিকভাৱে আউট হৈ গৈ আছিল। জাদেজাই ৱক্সক আউট কৰি ইংলেণ্ডৰ 7 নম্বৰটো উইকেট লয়। কুলদীপ যাদৱে লিয়াম লিভিংষ্টোনক আউট কৰি, ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত নিজৰ দ্বিতীয়টো উইকেট দখল কৰে। ভাৰত বিজয়ৰ পৰা মাত্ৰ 2 উইকেট দূৰত। মহম্মদ ছামীৰ বলত আদিল ৰছিদ ক্লিন ব’ল্ড হৈ আউট হয়। ইয়াৰ লগে লগে ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত মহম্মদ ছামীৰ 4 টা উইকেট লাভ কৰা হয়। অৱশেষত ইংলেণ্ডৰ অন্তিমটো উইকেট বুমৰাহে লয়, ইয়াৰ লগতে খেল খনত বুমৰাহৰ তিনিটা উইকেট লাভ কৰা হয়। ভাৰতে ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনত 100 ৰাণত বিজয় হয়। ইংলেণ্ডৰ দলটোৱে 34.5 অভাৰত 129 ৰাণ সংগ্ৰহ কৰি অল আউট হয়।

ভাৰতে একেৰাহে 6 নম্বৰটো খেলত জয় লাভ কৰে। ভাৰতে বিশ্বকাপ 2023 (World Cup 2023) প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত নিজৰ স্থান প্ৰায় নিশ্চিত কৰিছে। ভাৰত বনাম ইংলেণ্ড (India vs England) খেল খনৰ পিছত ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত আছে, 12 পইণ্টৰ সৈতে। ইয়াৰ পিছত দ্বিতীয় স্থানত দক্ষিণ আফ্ৰিকা, তৃতীয় স্থানত নিউজিলেণ্ড আৰু চতুৰ্থ স্থানত অষ্ট্ৰেলিয়া আছে। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড মাত্ৰ 2 পইণ্টৰ সৈতে পইণ্ট তালিকাৰ তলত আছে। ইংলেণ্ডৰ দলটোৱে এতিয়ালৈকে খেলা 6 খন খেলৰ ভিতৰত মাত্ৰ 1 খনত জয়লাভ কৰিছে।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article England vs Sri Lanka ICC ODI World Cup 2023 ইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ 2023 চমু বিৱৰণ, শ্ৰীলংকা 8 টা উইকেটত বিজয়ী
Next Article Intelligence Bureau Recruitment 2023 ইন্টেলিজেন্স ব্যুৰো নিযুক্তি 2023 – এম.টি.এছ. আৰু অন্যান্য পদৰ বাবে অনলাইন আবেদন কৰক
Leave a comment Leave a comment

প্ৰত্যুত্তৰ দিয়ক মন্তব্য বাতিল কৰক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

Manu Bhaker image
Manu Bhaker Biography : age, career, education and medals
Blog Education Lifestyle 24 আগষ্ট 2024
ৰিয়ান পৰাগ (Riyan Parag)
Blog 20 জুলাই 2024
India vs Australia World Cup Final 2023
ভাৰত বনাম অষ্ট্ৰেলিয়া লাইভ আপডেট, বিশ্বকাপ ফাইনেলত অষ্ট্ৰেলিয়া 6 উইকেটত বিজয়ী
Sports 20 নৱেম্বৰ 2023
India vs New Zealand World Cup 2023
ভাৰত বনাম নিউজিলেণ্ড,বিশ্বকাপ 2023 ক্ৰিকেট লাইভ আপডেট, প্ৰথম ছেমিফাইনেলত ভাৰতে 70 ৰানত জয়লাভ কৰে
Sports 15 নৱেম্বৰ 2023
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?