By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ 2023 চমু বিৱৰণ, শ্ৰীলংকা 8 টা উইকেটত বিজয়ী
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Sports > ইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ 2023 চমু বিৱৰণ, শ্ৰীলংকা 8 টা উইকেটত বিজয়ী
Sports

ইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ 2023 চমু বিৱৰণ, শ্ৰীলংকা 8 টা উইকেটত বিজয়ী

BorAxom Desk
Last updated: 2023/10/27 at 2:45 PM
BorAxom Desk
Share
4 Min Read
England vs Sri Lanka ICC ODI World Cup 2023
England vs Sri Lanka ICC ODI World Cup 2023
SHARE
0
(0)

ইংলেণ্ড বনাম শ্ৰীলংকা (England vs Sri Lanka): ইংলেণ্ডে বিশ্বকাপত তেওঁলোকৰ চতুৰ্থ পৰাজয়ৰ সন্মুখীন হয়। শ্ৰীলংকাই ইংলেণ্ডক 8 উইকেটত পৰাস্ত কৰিছিল।

Contents
Table of Contentsইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ ২০২৩-ৰ বিৱৰণ (England vs Sri Lanka ICC Details of ODI World Cup 2023)ইংলেণ্ড বনাম শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ৰ দল ইলেভেন (England vs Sri Lanka ODI World Cup 2023 Squad XI)ইংলেণ্ড বনাম শ্ৰীলংকা: ইংলেণ্ড আৰু শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বৰ খেলৰ চমু বিৱৰণ (England vs Sri Lanka: England and Sri Lanka Brief Description of pre-World Cup 2023 matches)ইংলেণ্ড বনাম শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ খেল আৰম্ভ (England vs Sri Lanka ODI World Cup 2023 begins)Was this helpful?

Table of Contents

  • ইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ ২০২৩-ৰ বিৱৰণ
    • ইংলেণ্ড বনাম শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ৰ দল ইলেভেন
  • ইংলেণ্ড বনাম শ্ৰীলংকা: ইংলেণ্ড আৰু শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বৰ খেলৰ চমু বিৱৰণ
    • ইংলেণ্ড বনাম শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ খেল আৰম্ভ

ইংলেণ্ড বনাম শ্ৰীলংকা আই.চি.চি. এদিনীয়া বিশ্বকাপ ২০২৩-ৰ বিৱৰণ (England vs Sri Lanka ICC Details of ODI World Cup 2023)

স্থান: বেংগালুৰু

খেল: ইংলেণ্ড বনাম শ্ৰীলংকা (England vs Sri Lanka)

সময়: দুপৰীয়া 2 বজাত

তাৰিখ – 26 অক্টোবৰ, 2023

ইংলেণ্ড বনাম শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ৰ দল ইলেভেন (England vs Sri Lanka ODI World Cup 2023 Squad XI)

ইংলেণ্ডৰ প্লেয়িং ইলেভেন: জনি বেয়াৰস্টো, দাৱিদ মালান, জো ৰুট, বেন ষ্টোকছ, জছ বাটলাৰ (W/C), লিয়াম লিভিংষ্টোন, মইন আলী, ক্ৰিছ ৱ’ক্স, ডেভিড ৱিলি, আদিল ৰছিদ আৰু মাৰ্ক উড আছিল।

শ্ৰীলংকাৰ প্লেয়িং ইলেভেন: পাথুম নিচানকা, কুশল পেৰেৰা, কুশল মেণ্ডিছ (W/C), চাদিৰা সামাৰাৱিক্ৰমা, চৰিথ আসলংকা, ধনঞ্জয়া ডি চিলভা, এঞ্জেলো মেথিউছ, মহিষ থিকশানা, কচুন ৰজিতা, লাহিৰু কুমাৰা আৰু দিলশান মাদুশাংকা  আছিল।

ইংলেণ্ড বনাম শ্ৰীলংকা: ইংলেণ্ড আৰু শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বৰ খেলৰ চমু বিৱৰণ (England vs Sri Lanka: England and Sri Lanka Brief Description of pre-World Cup 2023 matches)

বিশ্বকাপ 2023 ৰ 25 তম খেল খন ইংলেণ্ড আৰু শ্ৰীলংকা (England vs Sri Lanka)ৰ মাজত বেংগালুৰুত অনুষ্ঠিত হয়। এই দুয়োটা দলে এদিনীয়া বিশ্বকাপ 2023ত হতাশা জনক প্ৰদৰ্শন কৰি আহিছে। এই দুয়োটা দলে চাৰিখনকৈ খেল খেলিছে আৰু প্ৰতিখনতে মাত্ৰ এখন মেচ জিকিছে। শ্ৰীলংকাই 2025 চনৰ বিশ্বকাপত একেৰাহে তিনিখন মেচ হেৰুৱাই চতুৰ্থ খন মেচ নেডাৰলেণ্ডক 5 উইকেটত পৰাস্ত কৰি জিকিছিল।

2023 বিশ্বকাপত ইংলেণ্ডৰ প্ৰদৰ্শন অতি দুৰ্বল। ইংলেণ্ডৰ দলটোৱে নিউজিলেণ্ড, আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকা পৰা পৰাজয় হৈ বাংলাদেশক 137 ৰাণত পৰাস্ত কৰে।

ইংলেণ্ড বনাম শ্ৰীলংকা এদিনীয়া বিশ্বকাপ ২০২৩ খেল আৰম্ভ (England vs Sri Lanka ODI World Cup 2023 begins)

প্ৰথম ইনিংছ:

ইংলেণ্ড বনাম শ্ৰীলংকা (England vs Sri Lanka) প্ৰথম ইনিংছৰ খেলত ইংলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত আৰু  শ্ৰীলংকাৰ দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এইটো ইংলেণ্ডৰ বাবে এটা “ডু অৰ ডাই” খেল আছিল। কিন্তু অধিনায়ক বাটলাৰেও 8 ৰাণ সংগ্ৰহ কৰি কুমাৰাৰ বলত আউট হয়। 16 অভাৰৰ পিছত, ইংলেণ্ডৰ স্ক’ৰ 4 টা উইকেট হেৰুৱাই 80 ৰাণ হয়। ইংলেণ্ড 156 ৰাণত অল আউট হয়। ইংলেণ্ডে 33.2 অভাৰত 10 টা উইকেট হেৰুৱায়, বেন ষ্টোকছে সৰ্বাধিক 43 ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডছে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পথত । 

দ্বিতীয় ইনিংছ:

ইংলেণ্ড বনাম শ্ৰীলংকা (England vs Sri Lanka) দ্বিতীয় ইনিংছৰ খেলত শ্ৰীলংকাৰ প্ৰথম বেটিং কৰিবলৈ কুলুছ পেৰেৰা আৰু পাথুম নিচানকা আহে। শ্ৰীলংকাই দ্বিতীয় অভাৰৰ পঞ্চম বলত প্ৰথম উইকেট হেৰুৱাই। শ্ৰীলংকা বিশ্বকাপৰ 25 তম খেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পথত । 157 ৰাণৰ লক্ষ্য কৰি শ্ৰীলংকাই 15 অভাৰত দুটা উইকেট হেৰুৱাই 87 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাই ইংলেণ্ডক 8 উইকেটত পৰাস্ত কৰিছিল। শ্ৰীলংকাই 25.4 অভাৰত দুটা উইকেট হেৰুৱাই 157 ৰাণৰ লক্ষ্য অৰ্জন কৰিছিল। 5 খন খেলত এইটো ইংলেণ্ডৰ চতুৰ্থ পৰাজয়। ইংলেণ্ডৰ বাবে এতিয়া ছেমি ফাইনেলত উপনীত হোৱাটো অতি কঠিন।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: England vs Sri Lanka, England vs Sri Lanka ICC Details of ODI World Cup 2023, ODI World Cup 2023, ইংলেণ্ড বনাম শ্ৰীলংকা
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article Chandra Grahan 2023 চন্দ্ৰ গ্ৰহণ 2023: 28 অক্টোবৰৰ চন্দ্ৰ গ্ৰহণৰ সময়ত কি কি নকৰিব জানো আহক
Next Article India vs England, World Cup 2023 ভাৰত বনাম ইংলেণ্ড, বিশ্বকাপ 2023: ভাৰত 100 ৰাণৰ সৈতে বিজয়ী
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?