By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Blog > মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)
Blogনিবন্ধ

মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)

BorAxom Focus
Last updated: 2025/11/17 at 5:44 AM
BorAxom Focus
Share
3 Min Read
মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)
মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)
SHARE
0
(0)

মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish) মূলা এবিধ ভিটামিন চি সমৃদ্ধ জাৰকালিৰ পাচলি। মূলা শাকত ভিটামিন এ আৰু চি দুয়োটাই পোৱা যায়।ইয়াৰ উপৰিও ইয়াত পটাছিয়াম, মলিবডেনাম ,ভিটামিন বি – কমপ্লেক্স সমৃদ্ধ ফলিক এছিড আছে ।  মূলা শাকত এন্টি- কেঞ্চাৰ উপাদান আছে বুলি বহুতে নাজানে। মূলা শাকৰ উপাদান সমূহে শৰীৰৰ এন্টিঅক্সিডেন্টক  সক্ৰিয় ভাৱে কাম কৰাত সহায় কৰে। এতিয়া মূলাৰ উপকাৰিতা কেইটামান জানো আহকচোন।

১) ডায়েবেটিচ ৰোধ কৰে — মূলাত গ্লাইচেমিক ইনডেক্স খুব কম পৰিমাণে থকাৰ বাবে ইয়াক খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নাপায়।ইয়াৰোপৰি মূলাই শৰ্কৰাক তেজত মিলি যোৱাত সহায় কৰে বাবে শৰ্কৰা বৃদ্ধি পোৱাৰ কাৰণ নাথাকে।

২) শ্বাস- প্ৰশ্বাসৰ সমস্যা —  মূলাত প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ বাবে এই ধৰণৰ সমস্যাই  শৰীৰত গা কৰি উঠিব নোৱাৰে।

৩) পেটত গেছ হ’লে আৰু তেজ পৰিষ্কাৰ কৰে — পেটত গেছ হ’লে মূলাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই খালে গেছৰ পৰা পৰিত্ৰাণ পোৱা যায়। তেজ পৰিষ্কাৰক হিচাবে মূলাই পাকস্থলিৰ সব ধৰণৰ দূষণ তথা বৰ্জ্য পৰিষ্কাৰ কৰে।

৪) ৰক্তচাপ সঠিক কৰি ৰাখে — মূলাত থকা পটাছিয়াম মানৱ শৰীৰৰ বাবে অতি উপকাৰী। কাৰণ পটাছিয়ামৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছে ৰক্তচাপক সঠিক কৰি ৰখা।

৫) কেঞ্চাৰ ৰোধ কৰে —  মূলাত থকা এনন্থোকায়ানিন (anthocyanin) ,ভিটামিন চি ,ফলিক এছিড আদি উপাদান সমূহে বিশেষকৈ কোলন , কিডনী , অন্ত্ৰ , পেট আৰু মুখৰ  কেনচাৰ ৰোধ কৰিবলৈ সক্ষম। ইয়াত থকা এন্টিঅক্সিডেন্টে কেনচাৰৰ কোষ গঢ়ি উঠা প্ৰতিহত হয় লগতে সুস্থ কোষ তৈয়াৰ কৰাত সাহাৰ্য্য কৰে।

৬) প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰে — মূলাই প্ৰস্ৰাৱৰ মাধ্যমত মানুহৰ শৰীৰৰ বিষাক্ত উপাদান তৰল বৰ্জ্য হিচাবে বাহিৰ কৰি দিয়ে ।ফলত কিডনি সুস্থ হৈ থাকে আৰু মূত্ৰথলীৰ যিকোনো সমস্যা হ্ৰাস কৰাত সহায় কৰে।

৭) ওজন হ্রাস কৰে— মূলাত জলীয় উপাদানৰ লগতে কাৰ্বহাইড্ৰেট আৰু ৰাফেজ থাকে ।সেয়ে যি সকলে ওজন হ্ৰাস কৰিব বিচাৰে ,তেওঁলোকৰ বাবে মূলা খুবেই উপকাৰী পাচলি।

৮) শ্বেত ৰোগত —  এন্টি কাৰ্চিনোজেনিক উপাদানসমৃদ্ধ মূলাৰ ৰস ,আদাৰ ৰস আৰু ভিনেগাৰ মিহলাই কিছুদিন  সানিলে সুফল পোৱা যায়।

৯) ছালৰ যত্ন — মূলাত ভিটামিন চি , কে’, ফচফৰাচ , জিংক আৰু ভিটামিন বি কমপ্লেক্স থকাৰ বাবে ছালৰ বাবে অতি উপকাৰী।ফেচপেক হিচাবেও মূলা ব্যৱহাৰ কৰিব পাৰি। ফলত শুকান ছাল , ব্ৰণ , ছাল ফটা আদিত সুফল পোৱা যায়।

১০) জ্বৰৰ সময়ত — শৰীৰৰ তাপমাত্ৰা সঠিক কৰি ৰখাত ই সহায় কৰে। ইয়াৰ এন্টি বেকটেৰিয়েল গুণে ৰোগ প্ৰতিৰোধ কৰে।

অপকাৰিতা — অতিৰিক্ত পৰিমাণৰ খালে হজমত বাধা আহিব পাৰে। যি সকলৰ মূলা খালে এলাৰ্জি হয় তেওঁলোকে এইবিধ পাচলিৰ পৰা আঁতৰি থাকক।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!
TAGGED: মূলা, মূলা খোৱাৰ উপকাৰিতা, মূলা খোৱাৰ কাৰণ, মূলা শাক, মূলাৰ উপকাৰিতা
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article Manu Bhaker image Manu Bhaker Biography : age, career, education and medals
Next Article ৰৈ ৰৈ বিনালে’ৰ দশম দিনৰ বক্স অফিচ সংগ্রহ ৰৈ ৰৈ বিনালে’ৰ দশম দিনৰ বক্স অফিচ সংগ্রহ (Roi Roi Binale Day 10)
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?