By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 লাইভ আপডেট, ভাৰত 160 ৰাণত বিজয়ী
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Sports > ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 লাইভ আপডেট, ভাৰত 160 ৰাণত বিজয়ী
Sports

ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 লাইভ আপডেট, ভাৰত 160 ৰাণত বিজয়ী

BorAxom Desk
Last updated: 2023/11/14 at 6:33 PM
BorAxom Desk
Share
7 Min Read
India vs Netherlands World Cup 2023
India vs Netherlands World Cup 2023
SHARE
0
(0)

ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 (India vs Netherlands World Cup 2023):  ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 (India vs Netherlands World Cup 2023) খেল খন বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত 12 নৱেম্বৰ দেওবাৰে অনুষ্ঠিত হয়। ভাৰতে বিশ্বকাপ 2023 খেলৰ আঠ খন খেলত জয় লাভ কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ পিছত, ভাৰতে দেওবাৰে বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া 2023 চনৰ এদিনীয়া বিশ্বকাপত তেওঁলোকৰ অন্তিম লীগ পৰ্যায়ৰ ভাৰত বনাম নেডাৰলেণ্ড (India vs Netherlands) খেল খনত নেডাৰলেণ্ডৰ মুখামুখি হয়। অৱশ্যে নেডাৰলেণ্ডৰ বাবে এইখন অন্তিম খন খেল হ’ব। স্কট এডৱাৰ্ডছৰ নেতৃত্বত দলটোৱে লীগ পৰ্যায়ত দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশক পৰাস্ত কৰিছিল কিন্তু আন দলবোৰৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰা নাছিল। সঞ্জয় মঞ্জৰেকাৰ আৰু এৰন ফিঞ্চৰ মতে বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ পিটছখন শিলৰ কঠিন আৱৰণৰ ভাল পিটছ। ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

Contents
Table of Contentsভাৰত বনাম নেডাৰলেণ্ডৰ বিৱৰণ (India vs Netherlands Details)ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 খেলৰ দল 11 (India vs Netherlands World Cup 2023 Match Squad 11)ভাৰতৰ হৈ সৰ্বাধিক এদিনীয়া ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকা (ন্যূনতম 10 হাজাৰ ৰাণ) (List of players who have scored the most ODI runs for India (minimum 10,000 runs))ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 ৰ খেল আৰম্ভ (India vs Netherlands World Cup 2023 match begins)Was this helpful?

Table of Contents

  • ভাৰত বনাম নেডাৰলেণ্ডৰ বিৱৰণ
  • ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 খেলৰ দল 11
    • ভাৰতৰ হৈ সৰ্বাধিক এদিনীয়া ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকা (ন্যূনতম 10 হাজাৰ ৰাণ)
  • ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 ৰ খেল আৰম্ভ

ভাৰত বনাম নেডাৰলেণ্ডৰ বিৱৰণ (India vs Netherlands Details)

স্থান: বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়াম

খেল: ভাৰত বনাম নেডাৰলেণ্ড (India vs Netherlands)

তাৰিখ: 12 নৱেম্বৰ, 2023

সময়: দুপৰীয়া ২ বজাত

ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 খেলৰ দল 11 (India vs Netherlands World Cup 2023 Match Squad 11)

ভাৰতৰ দল 11:

ৰোহিত শৰ্মা(C), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল(W), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ

নেডাৰলেণ্ডৰ দল 11:

ৱেছলি বাৰেচি, মেক্স অডউড, কলিন একাৰমেন, চাইব্ৰেণ্ড এংগেলব্ৰেচ্ট, স্কট এডৱাৰ্ডছ(W/C), বাছ ডি লীড, তেজা নিদামানুৰু, লোগান ভান বীক, ৰোলফ ভান ডাৰ মাৰ্ৱে, আৰ্যন দত্ত, পল ভান মিকেৰেন

ভাৰতৰ হৈ সৰ্বাধিক এদিনীয়া ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকা (ন্যূনতম 10 হাজাৰ ৰাণ) (List of players who have scored the most ODI runs for India (minimum 10,000 runs))

শচীন তেণ্ডুলকাৰ – ১৮৪২৬

বিৰাট কোহলী – ১৩৬৭০

সৌৰভ গাংগুলী – ১১২২১

ৰাহুল দ্ৰাবিড় – ১০৭৬৮

ৰোহিত শৰ্মা – ১০৬১৫

মহেন্দ্ৰ সিং ধোনী – ১০৫৯৯

(ভাৰত বনাম নেডাৰলেণ্ডৰ 24 তম অভাৰৰ শেষলৈকে আপডেট কৰা হৈছে)

ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 ৰ খেল আৰম্ভ (India vs Netherlands World Cup 2023 match begins)

প্ৰথম ইনিংছ:

ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 (India vs Netherlands World Cup 2023) খেল খন বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হয়। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৈ ৰোহিত আৰু শুভমান প্ৰথম বেটিং কৰিবলৈ আহে আৰু নেডাৰলেণ্ডৰ হৈ আৰ্যন দত্ত প্ৰথম বলিং কৰিবলৈ আহে। 4.2 অভাৰৰ পিছত ৰোহিতে লোগান ভান বীকৰ বলত তল-পেটত অলপ আঘাত পায়। যদি নেডাৰলেণ্ডে এই খেলখন জিকিব পাৰে তেন্তে তেওঁলোকে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জনৰ আশা কৰিব পাৰে। 12.5 অভাৰৰ পিছত ভান মিকেৰেনৰ বলত শুভমান গিলৰ আউট হয়, লগে লগে বিৰাট কোহলীয়ে বেটিংৰ বাবে আহে। 18 অভাৰৰ পিছত ডি লীডৰ বলত ৰোহিত আউট হয়। ইয়াৰ পিছতে শ্ৰেয়াছ আয়াৰ বেটিংৰ বাবে আহে।  22.4 অভাৰৰ পিছত ভাৰত 164/2, ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 (India vs Netherlands World Cup 2023) খেল খন কোহলীয়ে কেৱল ধ্বংসৰ সৃষ্টি কৰাৰ মেজাজত আছে। বিৰাট কোহলীয়ে 71 তম এদিনীয়া অৰ্ধশতক সম্পূৰ্ণ কৰে।  বিৰাট কোহলী ৰোলোফ ভান ডাৰ মাৰ্ৱেৰ বলত ব’ল্ড আউট হয়। বিৰাট কোহলী আউট হোৱাৰ পিছত কে এল ৰাহুল আহে। শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলৰ বেটিং আক্ৰমণ অব্যাহত আছে। শ্ৰেয়াছ আয়াৰৰ বাবে অৰ্ধশতক সম্পূৰ্ণ হয়। শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলৰ অংশীদাৰীত্বত খেল খন ভাল দৰে আগবাঢ়ি গৈ আছিল। কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়াৰৰ অংশীদাৰীত্বত 100 ৰাণ সম্পূৰ্ণ হোৱাৰ লগতে ভাৰতৰ 300 ৰাণ সম্পূৰ্ণ হয়। শ্ৰেয়াছ আয়াৰে বিশ্বকাপৰ তেওঁৰ প্ৰথমটো শতক অৰ্জন কৰে, কে এল ৰাহুলৰ দ্ৰুত প্ৰথম শতকৰ সৈতে প্ৰথম ইনিংছৰ সমাপ্তি হয়। ভাৰতে বিশ্বকাপৰ অন্তিম লীগ মেচত নেডাৰলেণ্ডৰ বিৰুদ্ধে চাৰি উইকেটত 410 ৰাণ সংগ্ৰহ কৰি নেডাৰলেণ্ডৰ বিজয়ীৰ লক্ষ্য 411 ৰাণ নিশ্চিত কৰে। 

ভাৰত বনাম নেডাৰলেণ্ড (India vs Netherlands) খেল খনত আয়াৰে (৯৪ টা বলত ১২৮ নট আউট) কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া শতক অৰ্জন কৰে, আনহাতে কে এল ৰাহুলে (৬৪ টা বলত ১০২ ৰাণ) এজন ভাৰতীয়ৰ দ্ৰুততম বিশ্বকাপ শতক অৰ্জন কৰে লগতে ৰোহিত শৰ্মা (৬১), বিৰাট কোহলী (৫১) আৰু শুভমান গিলেও (৫১) চিজলিং অৰ্ধশতক অৰ্জন কৰে।

দ্বিতীয় ইনিংছ:

ভাৰত বনাম নেডাৰলেণ্ড (India vs Netherlands) খেলখনৰ দ্বিতীয় ইনিংছ আৰম্ভ হোৱাৰ লগে লগে নেডাৰলেণ্ডৰ হৈ ৱেছলি বাৰেচি আৰু মেক্স অ’ডউডে প্ৰথম বেটিং কৰিবলৈ আহে আৰু যশপ্ৰীত বুমৰাহে ভাৰতৰ হৈ বলিং কৰিবলৈ আহে। নেডাৰলেণ্ডে প্ৰথম অভাৰত 5/0 ৰাণ সংগ্ৰহ কৰে। মহম্মদ চিৰাজৰ দ্বিতীয় অভাৰৰ তৃতীয় বলত নেডাৰলেণ্ডৰ প্ৰথমটো উইকেট ৱেছলি বাৰেচিক আউট হয়। ইয়াৰ পিছত নতুন বেটাৰ কলিন একাৰমেন বেটিং কৰিবলৈ আহে। 15.1 অভাৰৰ পিছত জাদেজাৰ বলত তৃতীয়টো উইকেট অডউড  আউট হয়। নেডাৰলেণ্ডে ২৪ অভাৰত ১০০ ৰাণ সম্পূৰ্ণ কৰিলে। পুনৰ কোহলীৰ বলত 24.3 অভাৰত ৰাহুলৰত কেচত নেডাৰলেণ্ডৰ স্কট এডৱাৰ্ডছ আউট হয়। প্ৰায় এক দশকৰ পিছত, বিৰাট কোহলীয়ে এদিনীয়াত এটা উইকেট লাভ কৰে। 32 অভাৰৰ শেষ বলটোত যশপ্ৰীত বুমেৰাজৰ দ্বাৰা বাছ ডি লীড আউট হয়। এনেদৰে, নেডাৰলেণ্ডে তেওঁলোকৰ 5মটো  উইকেট হেৰুৱাই। ৩৮ অভাৰৰ ৪ৰ্থ বলত চিৰাজৰ দ্বাৰা এংগেলব্ৰেচ্ট আউট হয়। নেডাৰলেণ্ডে 41 অভাৰত 200 ৰাণ সম্পূৰ্ণ কৰিলে। কুলদীপ যাদৱে ৪৩ তম অভাৰৰ প্ৰথম বলটোত লোগান ভান বীক (১৬)ক আউট কৰে। ৰোলোফ ভান ডাৰ মাৰ্ৱে বেটিং কৰিবলৈ আহে। ইয়াৰ পিছত, ৰবীন্দ্ৰ জাদেজাৰ 4ৰ্থ বলত ভান ডাৰ মাৰ্ৱে আউট হয়। আৰ্যন দত্ত বেটিং কৰিবলৈ আহে। নেডাৰলেণ্ডে ৮ম উইকেট হেৰুৱালে। এই সময়ত নেডাৰলেণ্ডক ৩০ টা বলত জিকিবলৈ ১৮৪ ৰাণৰ প্ৰয়োজন। যশপ্ৰীত বুমৰাহে ৪৭ তম অভাৰৰ প্ৰথমটো বলত আৰ্যন দত্তক আউট কৰে। পল ভান মিকেৰেন এটা নতুন বেটাৰ হিচাপে আহে। নেডাৰলেণ্ডৰ হৈ ২৫০ ৰাণত তেজা নিদামানুৰুৱেও অৰ্ধশতক সম্পূৰ্ণ কৰে। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই ২০১৬ চনৰ পিছত বলিং কৰি 5ম বলত তেজা নিদামানুৰুক (৫৪) আউট কৰে। ভাৰত বনাম নেডাৰলেণ্ড (India vs Netherlands) খেলখনত ভাৰতে নেডাৰলেণ্ডক ১৬০ ৰাণত পৰাস্ত কৰি আৰু বিশ্বকাপ ২০২৩ ত পোনপটীয়াকৈ ৯ খন মেচ জিকি নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখে। শ্ৰেয়াছ আয়াৰ মাত্ৰ ৯৪ টা বলত অপৰাজিত ১২৮ ৰাণ সংগ্ৰহ কৰাৰ বাবে ‘প্লেয়াৰ অফ দ্য মেচ’ পদ অৰ্জন কৰে। ইয়াৰ পিছতেই ভাৰত হৈছে বিশ্বকাপ 2023 ৰ পইণ্ট তালিকাৰ প্ৰথম স্থান দখল কৰা দল।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Ind vs Ned, India vs Netherlands, India vs Netherlands World Cup 2023, World Cup 2023, বিশ্বকাপ 2023, ভাৰত বনাম নেডাৰলেণ্ড, ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article Facebook loan ফেচবুকে দিব লোণ, কেনেদৰে আবেদন কৰিব জানি লওক
Next Article Chhath Puja and its Significances, all you need to know about Chhath Puja
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?