By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ভাৰত বনাম অষ্ট্ৰেলিয়া ক্ৰিকেট বিশ্বকাপ 2023: ভাৰত 6 উইকেটত বিজয়, লাইভ ষ্ট্ৰীমিং
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > খবৰ > ভাৰত বনাম অষ্ট্ৰেলিয়া ক্ৰিকেট বিশ্বকাপ 2023: ভাৰত 6 উইকেটত বিজয়, লাইভ ষ্ট্ৰীমিং
খবৰ

ভাৰত বনাম অষ্ট্ৰেলিয়া ক্ৰিকেট বিশ্বকাপ 2023: ভাৰত 6 উইকেটত বিজয়, লাইভ ষ্ট্ৰীমিং

BorAxom Desk
Last updated: 2023/10/15 at 7:25 PM
BorAxom Desk
Share
8 Min Read
India vs Australia Cricket World Cup 2023
India vs Australia Cricket World Cup 2023
SHARE
0
(0)

ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia), ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দল প্ৰতিযোগিতাখনৰ বাবে সাজু হৈছে, বিশ্ব চেম্পিয়নৰ মুকুট কাৰ হাতত পৰে।আইচিচি(ICC) পুৰুষ এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ (Cricket World Cup 2023) ৰ চেম্পিয়নৰ মুকুট পিন্ধিবলৈ অহা ৪৬ দিনত ১০ টা দলে যুঁজ দিব।এই বছৰ, ভাৰতত বিশ্বকাপ আয়োজন কৰা হৈছে, আৰু আয়োজক ৰাষ্ট্ৰই আকাংক্ষিত ট্ৰফী জিকাৰ বাবে অন্তিম সময়লৈকে যুঁজ দিব। ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ ২০২৩ খেলখন টীম ইণ্ডিয়াই ৮ অক্টোবৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

Contents
Table of Contentsভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ 2023: খেলৰ তাৰিখ, সময়, স্থান, দলৰ বিৱৰণ (India vs Australia Cricket World Cup 2023: Match Date, Time, Venue, Team Details)ভাৰত বনাম অষ্ট্ৰেলিয়া খেলত কে এল ৰাহুলৰ অভিলেখ (KL Rahul holds record in India vs Australia match)ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্লেয়িং ইলেভেন (Playing XI of India vs Australia):ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ 2023: ভাৰতে তেওঁলোকৰ প্ৰথম খন খেল কেতিয়া খেলিব? (India vs Australia Cricket World Cup 2023: When will India play their first match?)ভাৰত বনাম অষ্ট্ৰেলিয়া খেলখন ক’ত ক’ত চাব পাৰি (Where to watch the India vs Australia match?)ভাৰত বনাম অষ্ট্ৰেলিয়া খেল আৰম্ভ (India vs Australia match begins)আইচিচি (ICC) পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩: ভাৰতীয় সময় অনুসৰি  খেলৰ তাৰিখ, সময়, স্থান (ICC Men’s Cricket World Cup 2023: Match date, time, venue as per Indian time)Was this helpful?

ভাৰত বনাম অষ্ট্ৰেলিয়া ক্ৰিকেট বিশ্বকাপ 2023: ভাৰত 6 উইকেটত বিজয়, লাইভ ষ্ট্ৰীমিং (India vs Australia Cricket World Cup 2023: India won by 6 wickets, live streaming)

Table of Contents

  • ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ 2023: খেলৰ তাৰিখ, সময়, স্থান, দলৰ বিৱৰণ (India vs Australia Cricket World Cup 2023: Match Date, Time, Venue, Team Details)
    • ভাৰত বনাম অষ্ট্ৰেলিয়া খেলত কে এল ৰাহুলৰ অভিলেখ (KL Rahul holds record in India vs Australia match)
      • ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্লেয়িং ইলেভেন (Playing XI of India vs Australia):
    • ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ 2023: ভাৰতে তেওঁলোকৰ প্ৰথম খন খেল কেতিয়া খেলিব? (India vs Australia Cricket World Cup 2023: When will India play their first match?)
      • ভাৰত বনাম অষ্ট্ৰেলিয়া খেলখন ক’ত ক’ত চাব পাৰি (Where to watch the India vs Australia match?)
    • ভাৰত বনাম অষ্ট্ৰেলিয়া খেল আৰম্ভ (India vs Australia match begins)
    • আইচিচি (ICC) পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩: ভাৰতীয় সময় অনুসৰি  খেলৰ তাৰিখ, সময়, স্থান (ICC Men’s Cricket World Cup 2023: Match date, time, venue as per Indian time)

ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ 2023: খেলৰ তাৰিখ, সময়, স্থান, দলৰ বিৱৰণ (India vs Australia Cricket World Cup 2023: Match Date, Time, Venue, Team Details)

তাৰিখ – ৮ অক্টোবৰ

সময় – 2:00 PM

দিন – দেওবাৰ

স্থান – চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম

দল – ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia)

ভাৰত বনাম অষ্ট্ৰেলিয়া খেলত কে এল ৰাহুলৰ অভিলেখ (KL Rahul holds record in India vs Australia match)

কে এল ৰাহুলে আইচিচি এদিনীয়া বিশ্বকাপৰ এখন খেলত এজন ভাৰতীয় উইকেটকিপাৰৰ দ্বাৰা দ্বিতীয় সৰ্বাধিক স্ক’ৰ কৰাৰ অভিলেখ গঢ়িলে। ৰাহুলে বিশ্বকাপ 2011 ৰ ভাৰত বনাম শ্ৰীলংকাত এম এছ ধোনীৰ নট আউট 91 ৰাণ অতিক্ৰম কৰি নট আউট 97 ৰাণ কৰে। ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ১৯৯৯ চনৰ বিশ্বকাপত টাউনটনত এজন ভাৰতীয় উইকেটকিপাৰৰ দ্বাৰা সৰ্বাধিক স্ক’ৰ কৰাৰ অভিলেখ কৰিছিল 145 বনাম শ্ৰীলংকা।

ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্লেয়িং ইলেভেন (Playing XI of India vs Australia):

আইচিচি (ICC) এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023: দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ত আয়োজক দল ভাৰতে অভিযান আৰম্ভ কৰিছে। প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ চেন্নাই চুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীয়ে 2011 চনত বিখ্যাত ছয় মাৰি মুম্বাইত 2011 চনৰ বিশ্বকাপৰ খিতাপ অৰ্জন কৰাৰ পিছত এইখন ঘৰুৱা খেলত ভাৰতৰ প্ৰথম বিশ্বকাপ খেল।

অষ্ট্ৰেলিয়া (প্লেয়িং ইলেভেন): ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্শ, ষ্টিভেন স্মিথ, মাৰ্নাছ লাবুচাগনে, কেমেৰুন গ্ৰীণ, এলেক্স কেৰী(ডব্লিউ), গ্লেন মেক্সৱেল, পেট কামিন্স(গ), মিচেল ষ্টাৰ্ক, জছ হেজলউড, এডাম জাম্পা।
ভাৰত (প্লেয়িং ইলেভেন): ৰোহিত শৰ্মা(গ), ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল(ডব্লিউ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) ক্ৰিকেট বিশ্বকাপ 2023: ভাৰতে তেওঁলোকৰ প্ৰথম খন খেল কেতিয়া খেলিব? (India vs Australia Cricket World Cup 2023: When will India play their first match?)

ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) খেলখন আকৰ্ষণীয় হ’ব।টীম ইণ্ডিয়াই ৮ অক্টোবৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম খন খেল খেলিব। ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰতীক্ষিত সংঘৰ্ষ ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ভাৰত বনাম অষ্ট্ৰেলিয়া খেলখন ক’ত ক’ত চাব পাৰি (Where to watch the India vs Australia match?)

ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia) খেলখন ভাৰতত ষ্টাৰ স্পৰ্টছ নেটৱৰ্কে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব। ইফালে, ডিজনী+ হটষ্টাৰে (Disney+ Hotstar) ইয়াৰ এপ আৰু ৱেবছাইটত সকলো বোৰ মেচ লাইভ ষ্ট্ৰীম কৰিব।ভাৰতীয় সময় অনুসৰি খেলবোৰ দুপৰীয়া 2 বজাত আৰম্ভ হ’ব।

ভাৰত বনাম অষ্ট্ৰেলিয়া খেল আৰম্ভ (India vs Australia match begins)

প্ৰথম ইনিংছ:

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ টীম ভাৰতৰ বিৰুদ্ধে চেপক ষ্টেডিয়ামত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াৰ অপেনাৰ মিচেল মাৰ্শ আৰু ডেভিদ ৱাৰ্ণাৰে বেটিং আৰম্ভ কৰে। যশপ্ৰীত বুমৰাহে নতুন বলৰে টীম ইণ্ডিয়াৰ হৈ ষ্টাম্প আক্ৰমণ কৰে। অষ্ট্ৰেলিয়াই 6/1 (3 অভাৰ)ত মিচেল মাৰ্শ আউট হয়। বিৰাট কোহলীয়ে এটা কেচৰে ভাৰতৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিলে। অষ্ট্ৰেলিয়া 74/2 (17 অভাৰ)ত পুনৰ ডেভিদ ৱাৰ্ণাৰ 41 (52) কুলদীপ যাদৱৰ দ্বাৰা কেচ আৰু বোল্ড। অষ্ট্ৰেলিয়াই তেওঁলোকৰ দ্বিতীয় উইকেট হেৰুৱালে। মাৰ্নাছ লাবুচাগেন অষ্ট্ৰেলিয়াৰ হৈ 4 নম্বৰত আহে। অষ্ট্ৰেলিয়াৰ 110/3 (27.1 অভাৰ) স্মিথ 71 টা বলত 46 ৰাণ কৰি আউট হয়। পুনৰ লাবুচাগেনে এটা বাউণ্ডেৰীৰ সৈতে 27 (41) ৰাণত বিদায় লয়। অষ্ট্ৰেলিয়া 119/4 (29.2)। কেৰী শূন্য ৰাণত এলবিডব্লিউত আউট হয়। অষ্ট্ৰেলিয়াই দুটা দ্ৰুত উইকেটৰ সৈতে সংকটৰ সন্মুখীন হয়।অষ্ট্ৰেলিয়াৰ স্ক’ৰ 119/5 (29.4 অভাৰ)। পুনৰ কুলদীপ যাদৱে মেক্সৱেলক আউট কৰে,মেক্সৱেলে এটা বাউণ্ডেৰীৰ সৈতে 25 টা বলত 15 ৰাণ সংগ্ৰহ কৰে। অশ্বিন হাৰ্ডিক পাণ্ডিয়াৰ দ্বাৰা কেচ আউট হয়। গ্ৰীণ 20 টা বলত 8 ৰাণ কৰিছিল। অষ্ট্ৰেলিয়াই 140 ৰাণত তেওঁলোকৰ  7 উইকেট হেৰুৱালে। কামিন্সে 24 টা বলত 15 ৰাণ কৰি শ্ৰেয়াছ আয়াৰৰ দ্বাৰা বিদায় লয়। অষ্ট্ৰেলিয়া 49.3 অভাৰত 199 ৰাণত আউট হয়। ৰবীন্দ্ৰ জাদেজাই ভাৰত বনাম অষ্ট্ৰেলিয়া খেল খনত 3 টা উইকেট লয়। ভাৰতক এতিয়া জিকিবলৈ 200 ৰাণৰ প্ৰয়োজন।

দ্বিতীয় ইনিংছ:

ভাৰত বনাম অষ্ট্ৰেলিয়া খেল খনৰ দ্বিতীয় ইনিংছ আৰম্ভ হ’ল। ঈশান কিষাণ প্ৰথম বলত 0 ৰাণত মিচেল ষ্টাৰ্কৰ দ্বাৰা আউট হয়। ঈশান কিষাণ, ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়াৰ, তেওঁলোক আউট হয়। ইয়াৰ পিছত ভাৰতৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হয়। কে এল ৰাহুল আৰু বিৰাট কোহলী বেটিং আৰম্ভ কৰে। হেজলউডে লাবুচাগনেৰ এটা সুন্দৰ কেচ দ্বাৰা ধৰা কোহলীক আউট কৰে। কোহলীয়ে 116 টা বলত 85 ৰাণ কৰি আউট হয়, যাৰ ভিতৰত আছে 6 টা চাৰি, ভাৰত 167/4 (37.4  অভাৰ)। ভাৰত বনাম অষ্ট্ৰেলিয়া ক্ৰিকেট বিশ্বকাপ 2023 ত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ৰাহুলে কামিন্সৰ বলত এটা ছয় মাৰি ভাৰতৰ বিজয় 6 উইকেটত নিশ্চিত কৰে। ভাৰত 201/4 (41.2 অভাৰ)। খেলৰ খেলুৱৈ (Player of the Match) বটা কে এল ৰাহুল পায় ।

আইচিচি (ICC) পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩: ভাৰতীয় সময় অনুসৰি  খেলৰ তাৰিখ, সময়, স্থান (ICC Men’s Cricket World Cup 2023: Match date, time, venue as per Indian time)

অক্টোবৰ ৮: চেন্নাইত ভাৰত বনাম অষ্ট্ৰেলিয়া (India vs Australia)

অক্টোবৰ ১১: দিল্লীত ভাৰত বনাম আফগানিস্তান

অক্টোবৰ ১৪: আহমেদাবাদত ভাৰত বনাম পাকিস্তান (Ind vs Pak)

অক্টোবৰ ১৯: পুনেত ভাৰত বনাম বাংলাদেশ

অক্টোবৰ ২২: ধৰ্মশালাত ভাৰত বনাম নিউজিলেণ্ড

অক্টোবৰ ২৯: লক্ষ্ণৌত ভাৰত বনাম ইংলেণ্ড

নৱেম্বৰ ২: মুম্বাইত ভাৰত বনাম শ্ৰীলংকা

নৱেম্বৰ ৫: কলকাতাত ভাৰত বনাম দক্ষিণ আফ্ৰিকা

নৱেম্বৰ ১২: বেংগালুৰুত ভাৰত বনাম নেডাৰলেণ্ড

ভাৰতৰ দ্বাৰা খেলিবলগীয়া সকলো বোৰ খেল ভাৰতীয় সময়মতে দুপৰীয়া ২ বজাত আৰম্ভ হ’ব।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Cricket World Cup 2023, ICC Men's Cricket World Cup 2023, Ind vs Aus, Ind vs Pak, India vs Australia, আইচিচি (ICC) পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩, ক্ৰিকেট বিশ্বকাপ 2023, ভাৰত বনাম অষ্ট্ৰেলিয়া
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article ENG Vs NZ 2023 ক্ৰিকেট বিশ্বকাপ উদ্বোধনী খেল, ইংলেণ্ড বনাম নিউজিলেণ্ড, লাইভ আপডেট, নিউজিলেণ্ড 9 উইকেটত বিজয়ী – 2023 Cricket World Cup Opening Match, ENG Vs NZ, LIVE Updates, New Zealand win by 9 wickets
Next Article HSLC Routine 2024 অসম হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ৰুটিন 2024 মুকলি: হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ৰুটিনৰ পি.ডি.এফ. ফাইল ডাউনলোড কৰক
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?