By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ফেচবুকে দিব লোণ, কেনেদৰে আবেদন কৰিব জানি লওক
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Yojana > ফেচবুকে দিব লোণ, কেনেদৰে আবেদন কৰিব জানি লওক
YojanaBlog

ফেচবুকে দিব লোণ, কেনেদৰে আবেদন কৰিব জানি লওক

BorAxom Desk
Last updated: 2023/11/14 at 4:42 PM
BorAxom Desk
Share
3 Min Read
Facebook loan
Facebook loan
SHARE
0
(0)

ফেচবুক (Facebook) হৈছে এক সামাজিক মাধ্যম, য’ত আমি সকলোৱে নিজৰ ফটো, ভিডিঅ’ আৰু মন্তব্য শ্বেয়াৰ কৰো। আমি ফেচবুক (Facebook)ৰ দ্বাৰা দূৰত বাসকৰা অচিনাকী বন্ধুৰ সৈতেও নতুন সম্পৰ্ক স্থাপন কৰোঁ। আমি ফেচবুক (Facebook) ব্যৱসায় বৃদ্ধিৰ বাবেও ব্যৱহাৰ কৰো। কিন্তু আপুনি জানেনে যে ফেচবুকে আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে আপোনাক লোণ দিব। ফেচবুক (Facebook)ৰ পৰা আপুনি বিনা গেৰাণ্টীত ৫০ লাখ টকা পৰ্যন্ত লোণ ল’ব পাৰে। আমি এই ব্লগত সকলো বিৱৰণ দিম।

Contents
Table of Contentsফেচবুক লোণ (Facebook Loan)ফেচবুক লোণৰ বিৱৰণ (Facebook loan details)ফেচবুক লোণ কোনে কিমান পাব? (Who will get how much of the Facebook loan?)Facebook লোণৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব (How to apply online for Facebook loans)Was this helpful?

Table of Contents

  • ফেচবুক লোণ
  • ফেচবুক লোণৰ বিৱৰণ
    • ফেচবুক লোণ কোনে কিমান পাব?
  • Facebook লোণৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব

ফেচবুক লোণ (Facebook Loan)

Facebook এ আমাক আগুৱাই দিছে লোণ সেৱা। এই সেৱাৰ জৰিয়তে লোণ কেৱল সৰু উদ্যোগীয়েহে পাব। ফেচবুকে (Facebook) প্ৰথমে লোণ সেৱা কেৱল ২০০ চহৰ আৰু পিছত ইয়াক ৩২৯ খন চহৰলৈ বৃদ্ধি কৰিলে। Facebook–এ Small Business Loans Initiative আৰম্ভ কৰিছে। লোণ সেৱাৰ বাবে প্ৰতিষ্ঠানটোৱে Indifiৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে। লোণ লোৱাৰ বাবে Facebook এ কোনো প্ৰছেছিং ফিচ নলয়।

ফেচবুক লোণৰ বিৱৰণ (Facebook loan details)

সেৱাফেচবুক লোণ সেৱা (Facebook Loan Service)
প্ৰগামSmall Business Loans Initiative
পাৰ্টনাৰIndifi
লোণ সেৱা চহৰ329
কোনে পাবসৰু উদ্যোগী
ছাৰ্ভিচ নেটৱৰ্কভাৰতীয়
Meta বা Facebookৰ সৈতে জড়িত সময়কমেও ৬ মাহ
বাৰ্ষিক সুত17%ৰ পৰা 20 শতাংশ
মহিলা উদ্যোগী সুতৰ হাৰ ৰেহাই0.2%
প্ৰছেছিং ফিচো0.00 টকা
লোণৰ পৰিমাণ2 লাখ টকাৰ পৰা 50 লাখ টকালৈ
লোণ এপ্ৰুভ সময়1 ৰ পৰা 3 দিনৰ ভিতৰত

ফেচবুক লোণ কোনে কিমান পাব? (Who will get how much of the Facebook loan?)

ফেচবুক (Facebook) বা মেটাই নিজেই লোণ নিদিয়ে, লোণ Indifi কোম্পানীয়ে দিব। Facebook এ Indifiৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে। এই পাৰ্টনাৰশ্বিপৰ জৰিয়তে Facebook–এ Small Business Loans Initiative দ্বাৰা নিজা সেৱাধাৰক সকলক 2 লাখ টকাৰ পৰা 50 লাখ টকালৈ 17 ৰ পৰা 20 শতাংশ বাৰ্ষিক সুতত লোণ দিয়াৰ সুবিধা কৰিছে। 0.2 শতাংশৰ ৰেহাই সুতৰ হাৰত, উদ্যোগী মহিলা সকলক অগ্ৰাধিকাৰ দিয়া হৈছে। চৰ্ত অনুসৰি আবেদন কৰা ব্যক্তিৰ ব্যৱসায় তেওঁৰ ছাৰ্ভিচ নেটৱৰ্কৰ ভাৰতীয় চহৰত থকা হ’ব লাগিব আৰু Meta বা Facebookৰ সৈতে জড়িত কমেও ৬ মাহ হ’ব লাগিব।

Facebook লোণৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব (How to apply online for Facebook loans)

Facebook লোণৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব তলৰ নিৰ্দেশনা অনুসৰণ কৰক 

  1. Facebook লোণৰ বাবে অনলাইন আবেদন কৰিব লাগিব।
  2. ইয়াৰ পিছত Facebook Small Business Loans Initiative পেজলৈ যাব লাগিব।
  3. এপ্লাই নাওত ক্লিক কৰিব,তেতিয়া আপোনাৰ সন্মুখত এখন ফৰ্ম খোল খাব।
  4. ইয়াত নিজৰ ব্যৱসায় সম্পৰ্কে আৰু কিছু ব্যক্তিগত তথ্য দিব লাগিব।
  5. বিচৰা তথ্য পূৰণ কৰি ছাবমিট কৰিব লাগিব।
  6. যদি আপোনাক লোণৰ বাবে যোগ্য বিবেচিত হয়, কোম্পানীয়ে আপোনাৰ সৈতে যোগাযোগ কৰিব।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Facebook, Facebook Loan, Facebook Loan Service, Facebook Small Business Loans Initiative, Facebook লোণ, How to apply online for Facebook loans, Small Business Loans Initiative, ফেচবুক, ফেচবুক লোণ, ফেচবুক লোণ সেৱা
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article Govardhan Puja 2023 : Date, Time, Significance, and all you need to know
Next Article India vs Netherlands World Cup 2023 ভাৰত বনাম নেডাৰলেণ্ড বিশ্বকাপ 2023 লাইভ আপডেট, ভাৰত 160 ৰাণত বিজয়ী
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?