কোন কি নামেৰে বিখ্যাত (১)
১) অপ্ৰমাদী কবি – মাধৱ কন্দলী
২) উপন্যাস সম্ৰাট – ৰজনীকান্ত বৰদলৈ
৩) অগ্নিকবি , অসম কেশৰী– অম্বিকাগিৰি ৰায়চৌধুৰী
৪) বিহগী কবি – ৰঘুনাথ চৌধুৰী
৫) সাহিত্য কাণ্ডাৰী – পদ্মনাথ গোহাঞি বৰুৱা
৬) সোনালী জাহাজৰ কবি – ভবেন বৰুৱা
৭) চুফীবাদী কবি – আজান ফকীৰ।
৮) কলংপৰীয়া কবি – দেৱকান্ত বৰুৱা
৯) বিদ্ৰোহী কবি – প্ৰসন্নলাল চৌধুৰী
১০) অতিন্দ্ৰীয়বাদী কবি – নলিনীবালা দেৱী
১১) কৰ্মবীৰ – নবীন চন্দ্ৰ বৰদলৈ
১২) প্ৰতিমাৰ খনিকৰ – চন্দ্ৰকুমাৰ আগৰৱালা
১৩) ৰূপকোঁৱৰ – জ্যোতিপ্ৰসাদ আগৰৱালা
১৪) কলাগুৰু – বিষ্ণুপ্ৰসাদ ৰাভা
১৫) ত্যাগবীৰ – হেমচন্দ্ৰ বৰুৱা
১৬) দেশভক্ত – তৰুণৰাম ফুকন
১৭) দেশপ্ৰাণ – লক্ষ্মীধৰ শৰ্মা
১৩) নটসূৰ্য – ফনী শৰ্মা
১৪) ধ্বনিকবি – বিনন্দচন্দ্ৰ বৰুৱা
১৫) নিজৰাৰ কবি – শৈলধৰ ৰাজখোৱা
Was this helpful?
Thanks for your feedback!
