কোন কি নামেৰে বিখ্যাত
- দেশভক্ত – তৰুণৰাম ফুকন
- দেশপ্ৰাণ – লক্ষ্মীধৰ শৰ্মা
- নটসূৰ্য – ফনী শৰ্মা
- ধ্বনিকবি – বিনন্দচন্দ্ৰ বৰুৱা
- নিজৰাৰ কবি – শৈলধৰ ৰাজখোৱা
- পাপৰিৰ কবি – গনেশ চন্দ্ৰ গগৈ
- বকুল বনৰ কবি – আনন্দ চন্দ্ৰ বৰুৱা
- কথা শিল্পী – আব্দুল মালিক
- সেউজ কোঁৱৰ – পৰাগধৰ চলিহা
- সংগীতজ্যোতি – বিৰেন্দ্ৰ কুমাৰ ফুকন
- খৰিকাজাঁইৰ কবি – ভবানন্দ ৰাজখোৱা
- ফুলনিৰ কবি – পদ্মধৰ চলিহা
- সুগন্ধি পখিলাৰ কবি – হিৰেণ ভট্টাচাৰ্য্য
- জনকৃষ্টিৰ সাধক – ডঃ প্ৰফুল্ল দত্ত গোস্বামী
- সংগীত সূৰ্য – ভূপেন হাজৰিকা
- কাব্যভানু – ডঃ হেম বৰুৱা
- সৰস্বতী – নিৰ্মল প্ৰভা বৰদলৈ
- গণশিল্পী – ডাঃ উপেন কাকতি
- লৌহ মানৱ – বিষ্ণুৰাম মেধি
- সাহিত্যচাৰ্য্য – মিত্ৰদেৱ মহন্ত, যজ্ঞেশ্বৰ শৰ্মা, যতীন্দ্ৰনাথ গোস্বামী
- জননায়ক – দেবেশ্বৰ শৰ্মা
- অভিনয়াচাৰ্য্য – ব্ৰজনাথ শৰ্মা
Was this helpful?
Thanks for your feedback!
