By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: উৎকোচ: চৰকাৰী যি কোনো কাম-কাজত উৎকোচ বা ঘোচ দিছে নেকি? উৎকোচ বিচাৰিলেই ফোন কৰক
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > খবৰ > উৎকোচ: চৰকাৰী যি কোনো কাম-কাজত উৎকোচ বা ঘোচ দিছে নেকি? উৎকোচ বিচাৰিলেই ফোন কৰক
খবৰ

উৎকোচ: চৰকাৰী যি কোনো কাম-কাজত উৎকোচ বা ঘোচ দিছে নেকি? উৎকোচ বিচাৰিলেই ফোন কৰক

BorAxom Desk
Last updated: 2023/10/15 at 7:25 PM
BorAxom Desk
Share
3 Min Read
উৎকোচ বা ঘোচ (Bribery)
উৎকোচ বা ঘোচ (Bribery)
SHARE
0
(0)

উৎকোচ বা ঘোচ (Bribery) নিদিয়ালৈকে বহুতো কাম-কাজ বছৰ বছৰ ধৰি চৰকাৰী কাৰ্যালয়ত পৰি থাকে৷ উৎকোচ (Bribery) নিদিয়ালৈকে সৰকাই আনিব নোৱাৰি চৰকাৰী কাৰ্যালয়ৰ পৰা যিকোনো কাম ৷ বছৰ বছৰ ধৰি হাজাৰ হাজাৰ আধৰুৱা হৈ থকা জনসাধাৰণৰ কামৰ ফাইল উৎকোচ (Bribery)ৰ বাবেই পৰি আছে চৰকাৰী কাৰ্যালয় সমূহত ৷ চৰকাৰী কাৰ্যালয় সমূহত চাহৰ খৰচ দিলেহে হয় সাধাৰণ মানুহৰ কাম,যাৰ বাবে সাধাৰণ মানুহ বিপদত পৰে, যিহেতু উৎকোচ (Bribery)ৰ পৰিমাণ কেতিয়াবা সাধাৰণ ৰাইজে উঠাব পৰাতকৈ বহুত বেছি থাকে ৷

Contents
Table of Contentsউৎকোচৰ প্ৰভাৱ (Effects of Bribery)উৎকোচ আপুনিও দিব লগা হৈছে নেকি? (Have you also had to pay the Bribe?)উৎকোচ বিচাৰিলেই ফোন কৰক এই নম্বৰত 6026901243উৎকোচ বিচৰা সকলৰ বিপৰীতে এইদৰে অভিযোগ দাখিল কৰক (File a complaint against those seeking Bribes)Was this helpful?

Table of Contents

  • উৎকোচৰ প্ৰভাৱ
  • উৎকোচ আপুনিও দিব লগা হৈছে নেকি?
  • উৎকোচ বিচাৰিলেই ফোন কৰক এই নম্বৰত
    • উৎকোচ বিচৰা সকলৰ বিপৰীতে এইদৰে অভিযোগ দাখিল কৰক

উৎকোচৰ প্ৰভাৱ (Effects of Bribery)

উৎকোচ (Bribery) পৰিমাণ বেছি হ’লে মানুহ বিপদত পৰে৷ কেতিয়াবা নিজা মাটি-ভেটি বা মূল্যৱান সামগ্ৰী বিক্ৰী কৰিও উৎকোচ (Bribery) দিবলৈ বাধ্য হয়৷উৎকোচ (Bribery) নিদিয়াকৈ কাৰ্যালয় সমূহলৈ বছৰ বছৰ ধৰি অহা যোৱা কৰি শেষত মৃত্যুক সাৱটি লোৱাও আমাৰ চকুত পৰে, তথাপিও চৰকাৰী কাম সমাধা কৰিব নোৱাৰে উৎকোচ (Bribery)ৰ অবিহনে৷ মাটি-বাৰী বা অন্য যি কোনো চৰকাৰী কাম-কাজত উৎকোচ (Bribery) দিলেহে কাম হয়৷ চাহৰ খৰচ দিলেহে সোনকালে কাম হয়৷ নতুবা সাধাৰণ মানুহৰ কামৰ কোনো গুৰুত্বই নিদিয়ে ৷

উৎকোচ আপুনিও দিব লগা হৈছে নেকি? (Have you also had to pay the Bribe?)

উৎকোচ (Bribery) আপুনিও দিব লগা হৈছে নেকি ? চৰকাৰী কাৰ্যালয়ত আপোনাকো কেতিয়াবা বিচাৰিছে নেকি উৎকোচ ? যদি উৎকোচ বিচাৰে,এতিয়াৰ পৰা সাৱধান আৰু সতৰ্ক হওঁক, এনে ব্যক্তিৰ ওপৰত ল’ব চৰকাৰে বিহিত ব্যৱস্থা ৷ উৎকোচ ল’লেই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব, দৰমহা কৰ্তন কৰিব 100 টকাকৈ ৷ মাত্ৰ আপুনি দিব লাগিব উৎকোচ (Bribery) লোৱা ব্যক্তিৰ সম্পূৰ্ণ তথ্য৷ উৎকোচ বিচৰা ব্যক্তিৰ দিব লাগিব নাম, পদৰ নাম, তেওঁ আপোনাৰ কি কামৰ বাবে বিচাৰিছে উৎকোচ ? এই সকলো তথ্য ফোন কৰি জনাব লাগিব আপুনি এক বিশেষ ফোন নম্বৰত ৷ উৎকোচ বিচৰাৰ সম্পূৰ্ণ তথ্য যদি সত্য হয়, তেন্তে লগে লগে সেই চৰকাৰী বিষয়া জনৰ ওপৰত ব্যৱস্থা লোৱা হ’ব ৷

উৎকোচ বিচাৰিলেই ফোন কৰক এই নম্বৰত 6026901243

উৎকোচ (Bribery) বিচাৰিলেই ফোন কৰক এই নম্বৰত 6026901243 ৷ উৎকোচ (Bribery) ল’ব বিচৰা বিষয়া জনৰ হ’ব বিহিত ব্যৱস্থা ৷ উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াজনক কৰা হ’ব নিলম্বন তথা দৰমহা কৰ্তন আৰু লগা লগ বছৰ বছৰ ধৰি পৰি থকা আপোনাৰ কাম সোনকালে কৰি দিয়া হ’ব ৷ উৎকোচ বিচাৰি থকা সময়ৰ কিবা ফটো, ভিডিঅ যদি সংগ্ৰহ কৰিব পাৰে তেন্তে সকলো তথ্য পঠিয়াব পাৰিব উক্ত Whatsapp নম্বৰটোত ৷ ই-মেইল (E-mail) কৰিব পৰিব আপোনাৰ অভিযোগ উৎকোচখোৰৰ বিপৰীতে সম্পূৰ্ণ প্ৰমাণৰ সৈতে ৷ টুইটাৰটো (X) আপোনাৰ অভিযোগ টেগ কৰিব পাৰিব ৷

উৎকোচ বিচৰা সকলৰ বিপৰীতে এইদৰে অভিযোগ দাখিল কৰক (File a complaint against those seeking Bribes)

  1. Whatsapp No. – 6026901243
  2. Toll Free No. – 18003453767
  3. Control Room – 03612462295
  4. S.P. (I) – 6026903481
  5. S.P. (III) – 6026903483
  6. Addl S.P. – 6026903418
  7. complaints.voc@gmail.com
  8. @DIR_VAC_ASSAm

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Bribery, উৎকোচ, উৎকোচ বা ঘোচ
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article India vs Afghanistan ICC ODI World Cup 2023 ভাৰত বনাম আফগানিস্তান আইচিচি এদিনীয়া বিশ্বকাপ 2023 ক্ৰিকেট, লাইভ আপডেট, ভাৰতৰ জয় 8 টা উইকেটত
Next Article Assam Rifles Technical & Tradesmen Recruitment 2023 অসম ৰাইফলছৰ টেকনিকেল আৰু ট্ৰেডছমেন নিযুক্তি 2023, কেনেদৰে আবেদন কৰিব
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?