By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ (১)
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Education > অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ (১)
EducationLifestyle

অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ (১)

BorAxom Focus
Last updated: 2025/11/18 at 8:21 পূৰ্বাহ্ণ
BorAxom Focus
Share
1 Min Read
অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ
SHARE
0
(0)

অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ

দুই নাৱত দুই ভৰি ( দোধোৰ মোধোৰত পৰ )


ধোদৰ পচলা ( এলেহুৱা)


নোম টেঙৰ (অতি টেঙৰ)


পেটে ভাতে খা ( কোনোমতে জীয়াই থকা)


পানী কৰ ( নষ্ট কৰ)


চেঁচা পানী ঢলা ( আশা নষ্ট কৰা)


চকুৰ কূটা দাঁতৰ শাল ( শত্ৰু)


চকু চৰহা ( আনৰ ভালটো দেখি বেজাৰ পোৱা )


চিলিম ছিগ ( সকলো উপায় নোহোৱা হোৱা)


টিঙিৰি তুলা ( খঙত জ্বলি পকি উঠ)

টুপাই বুৰ মাৰ (থাউকতে মিছা মাত)


ঢৌতে খৰ মাৰ ( জঞ্জালৰ মাজতে আজৰি উলিওৱা)


তেজক পানী কৰ ( কঠোৰ পৰিশ্ৰম কৰ)


গোৰ মাৰি গংগাত পেলোৱা ( অনিচ্ছাবশতঃ উপকাৰ কৰা )


ঘৰ গোনা ( সদায় ঘৰত থকা)


চকুৰ পচাৰতে ( তুৰন্তে)


চকুত পৰ ( দৃষ্টিগোচৰ হ)


চকুত ধূলি মাৰ( ঠগন দিয়া)


গাখীৰতে ম’হৰ খুটি ( সুখৰ উপৰি সুখ)


গা পাতি ল ( লোকৰ কৰ্ম নিজৰ বুলি কৰা)



How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!
TAGGED: অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ (১), অসমীয়া জতুৱা ঠাঁচ, জতুৱা ঠাঁচ
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article ৰৈ ৰৈ বিনালে’ৰ দশম দিনৰ বক্স অফিচ সংগ্রহ ৰৈ ৰৈ বিনালে’ৰ দশম দিনৰ বক্স অফিচ সংগ্রহ (Roi Roi Binale Day 10)
Leave a comment Leave a comment

প্ৰত্যুত্তৰ দিয়ক মন্তব্য বাতিল কৰক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

ৰৈ ৰৈ বিনালে’ৰ দশম দিনৰ বক্স অফিচ সংগ্রহ
ৰৈ ৰৈ বিনালে’ৰ দশম দিনৰ বক্স অফিচ সংগ্রহ (Roi Roi Binale Day 10)
খবৰ 10 নৱেম্বৰ 2025
মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)
মূলা কিয় খাব লাগে জানেনে? (Why we should eat radish?)
Blog নিবন্ধ 10 নৱেম্বৰ 2025
Manu Bhaker image
Manu Bhaker Biography : age, career, education and medals
Blog Education Lifestyle 24 আগষ্ট 2024
ৰিয়ান পৰাগ (Riyan Parag)
Blog 20 জুলাই 2024
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?