By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ভাৰত বনাম নিউজিলেণ্ড,বিশ্বকাপ 2023 ক্ৰিকেট লাইভ আপডেট, প্ৰথম ছেমিফাইনেলত ভাৰতে 70 ৰানত জয়লাভ কৰে
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Sports > ভাৰত বনাম নিউজিলেণ্ড,বিশ্বকাপ 2023 ক্ৰিকেট লাইভ আপডেট, প্ৰথম ছেমিফাইনেলত ভাৰতে 70 ৰানত জয়লাভ কৰে
Sports

ভাৰত বনাম নিউজিলেণ্ড,বিশ্বকাপ 2023 ক্ৰিকেট লাইভ আপডেট, প্ৰথম ছেমিফাইনেলত ভাৰতে 70 ৰানত জয়লাভ কৰে

BorAxom Desk
Last updated: 2023/11/16 at 8:41 AM
BorAxom Desk
Share
10 Min Read
India vs New Zealand World Cup 2023
India vs New Zealand World Cup 2023
SHARE
0
(0)

ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023): আজি বুধবাৰ 15 নৱেম্বৰ 2023 তাৰিখে মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত বিশ্বকাপ 2023 (World Cup 2023)ৰ প্ৰথম ছেমিফাইনেল ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) খেল খন হ’ব। ভাৰত ৯ খন খেলৰ বিজয়ীহৈ বিশ্বকাপ 2023 (World Cup 2023)ৰ পইণ্ট তালিকাত শীৰ্ষ স্থানত আছে। ভাৰতৰ বৰ্তমানলৈকে খুব ভাল বলিং আৰু বেটিং আক্ৰমণ কৰি আছে। ভাৰতে বৰ্তমান বিশ্বকাপ 2023 (World Cup 2023)ৰ সকলো দলৰ ভিতৰত সৰ্বাধিক উইকেট (85), শ্ৰেষ্ঠ অৰ্থনীতিৰ হাৰ (4.5), শ্ৰেষ্ঠ গড় (19.6) আৰু শ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেট (26.2) কৰিছে। ৰোহিত শৰ্মা, বিৰাট কোহলী, মহম্মদ ছামী আৰু দলৰ সকলো সদস্য এই মুহূৰ্তত আক্ৰমণ ফৰ্মত আছে। আমি আশা কৰোঁ যে ভাৰতে  ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) খেলখনৰ পৰা পুনৰ নতুন অভিলেখ গঢ়ক। এদিনীয়াত, দুয়োটা দলে 117 বাৰ সংঘৰ্ষ কৰিছে, ভাৰতে 59 খন মেচত বিজয়ী হৈছে। অৱশ্যে নিউজিলেণ্ড ভাৰতৰ বিৰুদ্ধে 50 খন এদিনীয়াত বিজয় সুৰক্ষিত কৰিছে।ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) আটাইতকৈ শেহতীয়া মুখামুখি হৈছিল অক্টোবৰত বিশ্বকাপ 2023 (World Cup 2023)ৰ লীগ পৰ্যায়ত, য’ত ভাৰত চাৰি উইকেটত বিজয়ী হৈছিল। 

Contents
Table of Contentsভাৰত বনাম নিউজিলেণ্ড বিৱৰণ (India vs New Zealand Details):ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 দল 11 (India vs New Zealand World Cup 2023 Team 11)ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 খেল আৰম্ভ (India vs New Zealand World Cup 2023 match begins)Was this helpful?

Table of Contents

  • ভাৰত বনাম নিউজিলেণ্ড বিৱৰণ
    • ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 দল 11
  • ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 খেল আৰম্ভ

আনহাতে, নিউজিলেণ্ডে এই খেলখনত নীৰৱ মেজাজত নাথাকে। তেওঁলোকে ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) খেলখনত প্ৰতিশোধ ৰ বাবে পদক্ষেপ ল’ব পাৰে। নিউজিলেণ্ড 9 খন খেলৰ5 খনত বিজয়ীহৈ বিশ্বকাপ 2023 (World Cup 2023)ৰ পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে। ভাৰতৰ বিৰাট কোহলী আৰু নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ এতিয়ালৈকে আই.চি.চি ক্ৰিকেট বিশ্বকাপ 2023 (World Cup 2023)ৰ শীৰ্ষ ৰাণ সংগ্ৰাহকৰ ভিতৰত দুজন। যদিও কোহলীয়ে 9 খন মেচত 594 ৰাণ সংগ্ৰহ কৰিছে, ৰবীন্দ্ৰই 9 খন খেলত 563 ৰাণ সংগ্ৰহ কৰিছে। ৰাচিন ৰবীন্দ্ৰই লাইন আপত কেন উইলিয়ামছনৰ স্থান লোৱাৰ পিছৰে পৰা নিউজিলেণ্ডৰ বাবে আশীৰ্বাদহৈ পৰিছে। গুৰুত্বপূৰ্ণ বিষয় যে কোহলী আৰু ৰবীন্দ্ৰই আজি ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023) ৰ ছেমিফাইনেলত তেওঁলোকৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখিব পাৰিবনে? 

ভাৰত বনাম নিউজিলেণ্ড বিৱৰণ (India vs New Zealand Details):

স্থান: মুম্বাইৰ ৱানখেডে ষ্টেডিয়াম

খেল: ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand)

তাৰিখ: বুধবাৰ 15 নৱেম্বৰ 2023

সময়: দুপৰীয়া ২ বজাত

ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 দল 11 (India vs New Zealand World Cup 2023 Team 11)

ভাৰতৰ  দল 11: ৰোহিত শৰ্মা(C), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল(W), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ

নিউজিলেণ্ডৰ  দল 11: ডেভন কনৱে, ৰাচিন ৰবীন্দ্ৰ, কেন উইলিয়ামচনC), ডেৰিল মিচেল, টম লাথাম(W), গ্লেন ফিলিপছ, মিচেল চেণ্টনাৰ, মাৰ্ক চেপমেন, টিম চাউদি, লকি ফাৰ্গুচন, ট্ৰেণ্ট ব’ল্ট

ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 খেল আৰম্ভ (India vs New Zealand World Cup 2023 match begins)

প্ৰথম ইনিংছ:

ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023) দুপৰীয়া ২ বজাৰ লগে লগে প্ৰথম ইনিংছৰ খেল আৰম্ভ হয়। মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত ভাৰতে প্ৰথম ছেমিফাইনেল খেল খনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৈ  প্ৰথম বেটিং কৰিবলৈ ৰোহিত শৰ্মা আৰু শুভমান গিল আহে আৰু নিউজিলেণ্ডৰ হৈ  প্ৰথম বলিং কৰিবলৈ ট্ৰেণ্ট ব’ল্ট আহে। ভাৰতে 4 অভাৰত 61 ৰাণ সংগ্ৰহ কৰে। ৰোহিত শৰ্মা আৰু শুভমান গিল দুয়োটাই অংশীদাৰীত্বত ভাল খেলি আছে। 9 অভাৰৰ তৃতীয় বলত ৰোহিত নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনৰ কেচৰ দ্বাৰা লকি ফাৰ্গুচনৰ বলত আউট হয়। ইয়াৰ পিছত কোহলী বেটিং কৰিবলৈ আহে। ৰোহিতৰ পতনৰ পিছতো ভাৰতে ভাল খেলি আছে। 13 অভাৰত ভাৰতৰ 100 ৰাণ সম্পূৰ্ণ হয়। 15 অভাৰত শুভমানৰ 50 ৰাণৰ সৈতে ভাৰতৰ 118 ৰাণ সম্পূৰ্ণ। ভাৰতৰ বাবে বেয়া খবৰ, গিলে হঠাৎ আঘাত পোৱাত সিৰামুৰি ধৰে, সিৰামুৰি ধৰাৰ বাবে খেল পথাৰ এৰি অৱসৰ ল’বলৈ বাধ্য হয়। মাজ ভাগত শুভমান গিলৰ ঠাইত শ্ৰেয়াছ আয়াৰ আহে। বিৰাট কোহলীৰ বাবে অৰ্ধশতক সম্পূৰ্ণ হয়। লগতে ভাৰতৰ 200 ৰাণ সম্পূৰ্ণ  হয়। কোহলীয়ে ভাল বেটিং কৰি আছে কিন্তু তেওঁ ৰাণ সংগ্ৰহৰ হাৰ বৃদ্ধি কৰিব লাগিব। আয়াৰ আৰু কোহলী দুয়োজনে নিউজিলেণ্ডৰ ওপৰত অধিক চাপ সৃষ্টি কৰিবলৈ ৰাণ সংগ্ৰহৰ হাৰ বৃদ্ধি কৰিব লাগিব। বিৰাটে তেওঁৰ আইডল শচীন তেণ্ডুলকাৰৰ এদিনীয়া আন্তৰ্জাতিক সংস্কৰণত শীৰ্ষস্থানৰ ৰাণ সংগ্ৰহকাৰী অভিলেখ অতিক্ৰম কৰে। তেণ্ডুলকাৰে 2003 চনত 673 ৰাণ সংগ্ৰহ কৰিছিল। কোহলীয়ে এইটো সীমা অতিক্ৰম কৰে। শ্ৰেয়াছ আয়াৰৰ 35 টা বলত অৰ্ধশতক সম্পূৰ্ণ হয়। কোহলীয়ে 50 তম এদিনীয়া শতক লাভ কৰি ইতিহাস লিখিলে। তেওঁ তেণ্ডুলকাৰক অতিক্ৰম কৰি আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বাধিক এদিনীয়া শতকৰ অৰ্জনকাৰী বেটাৰ হ’বলৈ গৈ আছে। কোহলীয়ে 113 টা বলত 117 ৰাণ অৰ্জন কৰি চাউদিৰ বলত আউট হয়। ইয়াৰ পিছত ৰাহুল বেটিং কৰিবলৈ আহে। 47 অভাৰৰ পিছত ভাৰতে 354 ৰাণ লাভ কৰে, কোহলীৰ উইকেটৰ পিছত ভাৰত অলপ মন্থৰ হৈ পৰিছে। কিন্তু ভাৰতে 400 ৰাণৰ লক্ষ্য ৰাখিব লাগিব। শ্ৰেয়াছ আয়াৰৰ শতক সম্পূৰ্ণ হয়। ৰোহিত আৰু গিলৰ অৱসৰৰ আঘাতৰ পিছত তেওঁ ভাৰতীয় ইনিংছক গতি প্ৰদান কৰিছে। শ্ৰেয়াছ আৰু ৰাহুলৰ মাত্ৰ 27 টা বলত 50 ৰাণৰ অংশীদাৰীত্বৰ পিছত বোল্টৰ শেষ অভাৰত শ্ৰেয়াছ আউট হয়।  ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ বেটিং কৰিবলৈ আহে কিন্তু 1 ৰাণ সংগ্ৰহ কৰি আউট হয়। শ্ৰেয়াছ আৰু ৰাহুলৰ মাত্ৰ 27 টা বলত 50 ৰাণৰ অংশীদাৰীত্বৰ পিছত বোল্টৰ শেষ অভাৰত শ্ৰেয়াছ আউট হয়। ইয়াৰ পিছত আঘাতপ্ৰাপ্ত গিল খেলপ থাৰলৈ উভতি আহে। ভাৰতে ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) খেল খনৰ প্ৰথম ইনিংছ 4 উইকেটত 397 ৰাণ সংগ্ৰহ কৰি শেষ কৰে। ভাৰতে বিশ্বকাপ 2023 (World Cup 2023)ৰ গুৰুত্বপূৰ্ণ ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023) ছেমিফাইনেল খেল খনত নিউজিলেণ্ডক 398 ৰাণৰ লক্ষ্য বান্ধি দিয়ে। 

দ্বিতীয় ইনিংছ:

ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023)ৰ প্ৰথম ছেমিফাইনেল খেল খনৰ দ্বিতীয় ইনিংছ আৰম্ভ হোৱাৰ লগে লগে নিউজিলেণ্ডৰ হৈ  প্ৰথম বেটিং কৰিবলৈ ডেভন কনৱে আৰু ৰাচিন ৰবীন্দ্ৰ আহে আৰু ভাৰতৰ হৈ  প্ৰথম বলিং কৰিবলৈ যশপ্ৰীত বুমৰাহ আহে। নিউজিলেণ্ডে 5 অভাৰত 30 ৰাণ সংগ্ৰহ কৰে। ডেভন কনৱে আৰু ৰাচিন দুয়ো অংশীদাৰীত্বত খেলি আছে। মহম্মদ ছামীৰ বলত ডেভন কনৱে আউট হয়। ইয়াৰ পিছত কেন উইলিয়ামছন বেটিং কৰিবলৈ আহে। মহম্মদ ছামীৰ বলত পুনৰ নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ 8 ম অভাৰত আউট হয়। উইলিয়ামচন আৰু মিচেল দুয়ো অংশীদাৰীত্বত ভাল খেলি আছে। নিউজিলেণ্ডৰ 17 অভাৰত 100 ৰাণ সম্পূৰ্ণ হয়। 20 অভাৰ গ’ল আৰু নিউজিলেণ্ডক এতিয়া বাকী 30 অভাৰত জয়ৰ বাবে 274 ৰাণৰ প্ৰয়োজন। ডেৰিল মিচেলে 49 টা বলত 50 ৰাণ সম্পূৰ্ণ হয়। 27 অভাৰত 174 ৰাণৰ সৈতে উইলিয়ামছনৰ অৰ্ধশতক সম্পূৰ্ণ হয়। ডেৰিল মিচেলে নিউজিলেণ্ডৰ হৈ 85 টা বলত শতক অৰ্জন কৰে। মিচেলে 85 টা বলত 5 টা ছয় আৰু 8 টা চাৰিৰে 100 ৰাণ কৰে। ইয়াৰ পিছতেই পুনৰ কেন উইলিয়ামছন মহম্মদ ছামীৰ বলত 69 ৰাণ কৰি আউট হয়। লগে লগে টম লাথাম একে অভাৰত মহম্মদ ছামীৰ তৃতীয় বলত আউট হয়। ভাৰতৰ হৈ মহম্মদ ছামীয়ে ভাল প্ৰদৰ্শন কৰি আছে। জয়ৰ বাবে 10 অভাৰত নিউজিলেণ্ডৰ 132 ৰাণৰ প্ৰয়োজন। 40 অভাৰত 266 ৰাণ কৰাৰ পিছতো নিউজিলেণ্ড এতিয়াও এটা জটিল স্থানত আছে। ভাৰতৰ বাবে সুখৰ কথা যে অৱশেষত ভাৰতে বিচাৰি থকা উইকেটটো তেওঁলোকে লাভ কৰে। বুমৰাহ বলত গ্লেন ফিলিপছ আউট  হয়। ইয়াৰ লগতে নিউজিলেণ্ডে পাঁচ টা উইকেট হেৰুৱাই। কুলদীপ যাদৱে ভাৰতৰ বাবে ছয় নম্বৰত আৰু এটা উইকেট মাৰ্ক চেপমেনক আউট কৰে। নিউজিলেণ্ডে 45 অভাৰত 306 ৰান সম্পূৰ্ণ কৰে। 30টা বলত জয়ৰ বাবে 92 ৰানৰ প্ৰয়োজন। নিউজিলেণ্ডৰ ভাল খেলুৱৈ ডেৰিল মিচেল 119টা বলত 134 ৰান সংগ্ৰহ কৰি আউট হয়, মহম্মদ ছামীৰ বলত। নিউজিলেণ্ড এতিয়া এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব। ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023)ৰ এই খেলখনত ভাৰতে জয়লাভ কৰিব। ভাৰতে 2023 চনৰ বিশ্বকাপৰ ফাইনেলৰ ফাইনেলত দক্ষিণ আফ্ৰিকা বা অষ্ট্ৰেলিয়াৰ বাবে অপেক্ষা কৰিব। পুনৰ ছিৰাজে মিচেল ছাণ্টনাৰৰ উইকেট লয় (১০ বলত ৯ ৰান)। দ্বিতীয় ইনিংছৰ শেষ অভাৰত ছামিৰ বলত চাউথী আউট। এইটো আছিল শ্বামীৰ 6 নং উইকেট। তাৰ পিছত শ্বামীয়ে একেটা অভাৰতে লকি ফাৰ্গুচনৰ উইকেট লাভ কৰে। এইদৰেই মহম্মদ ছামী হৈ পৰে এদিনীয়া বিশ্বকাপত 7 উইকেট দখল কৰা প্ৰথমজন ভাৰতীয়। ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) প্ৰথম ছেমিফাইনেল খেল খনৰ দ্বিতীয় ইনিংছৰ সমাপ্ত হয়, খেল খনত নিউজিলেণ্ডে 327 সংগ্ৰহ কৰে। ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023 (India vs New Zealand World Cup 2023)ৰ প্ৰথম ছেমিফাইনেল খেল খনত ভাৰত 70 ৰানত জয়ী হৈ ভাৰতে বিশ্বকাপ 2023 (World Cup 2023)ৰ চূড়ান্ত খেল খনত নিজৰ স্থান চূড়ান্ত  কৰে। আজিৰ এই ভাৰত বনাম নিউজিলেণ্ড (India vs New Zealand) খেল খনত মহম্মদ শ্বামী “প্লেয়াৰ অৱ দ্য মেচ”বঁটা পায়। ভাৰত প্ৰথম ছেমিফাইনেলৰ শেষ এতিয়া  দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল। ইয়াৰ আগতে আন এটা ছেমিফাইনেল যাব লাগিব আৰু সেয়া হ’ল ১৬ নৱেম্বৰ বৃহস্পতিবাৰে কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই খেলিব। এই ধৰণৰ, যদি আপুনি বিশ্বকাপ 2023 (World Cup 2023)ৰ সকলো সবিশেষ জানিব বিচাৰে তেন্তে এই চাইটত পোষ্ট চাবলৈ নাপাহৰিব।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Ind vs NZ, India vs New Zealand, India vs New Zealand World Cup 2023, World Cup 2023, বিশ্বকাপ 2023, ভাৰত বনাম নিউজিলেণ্ড, ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপ 2023
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article Chhath Puja and its Significances, all you need to know about Chhath Puja
Next Article How to invest in Bonds to make profit
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?