By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ভাৰত বনাম দক্ষিণ আফ্ৰিকা ক্ৰিকেট বিশ্বকাপ 2023, লাইভ আপডেট, ভাৰত 243 ৰাণত জয়লাভ কৰে
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • LanguagesSelect Language
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Sports > ভাৰত বনাম দক্ষিণ আফ্ৰিকা ক্ৰিকেট বিশ্বকাপ 2023, লাইভ আপডেট, ভাৰত 243 ৰাণত জয়লাভ কৰে
Sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা ক্ৰিকেট বিশ্বকাপ 2023, লাইভ আপডেট, ভাৰত 243 ৰাণত জয়লাভ কৰে

BorAxom Desk
Last updated: 2023/11/06 at 10:28 AM
BorAxom Desk
Share
6 Min Read
Ind vs SA Cricket World Cup 2023
Ind vs SA Cricket World Cup 2023
SHARE
0
(0)

ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA): আজি ৫ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) খেল খন বিশ্বকাপ 2023ত ভাৰতৰ 8ম খন খেল। ৰোহিতে টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম বেটিং কৰাৰ সিদ্ধান্ত লয়। 2023 চনৰ বিশ্বকাপৰ ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) খেল খনত এইটো এক ব্যতিক্ৰমী প্ৰতিযোগিতা হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। দুয়োটা দলে এতিয়াও পইণ্ট তালিকাৰ আত্মবিশ্বাসেৰে শীৰ্ষ স্থানত আছে। ভাৰতে 7 খন খেলৰ পৰা 7 টা জয় লাভ কৰি অপৰাজিত হৈ আছে, কিন্তু দক্ষিণ আফ্ৰিকা পিছ পৰি থকা নাই, নেডাৰলেণ্ডৰ বাদে সেই বিপৰ্যয়ৰ বাহিৰে সকলোতে জয় লাভ কৰিছে।

Contents
Table of Contentsভাৰত বনাম দক্ষিণ আফ্ৰিকা বিৱৰণ (Ind vs SA Details)ভাৰত বনাম দক্ষিণ আফ্ৰিকা আৰু বিৰাট কোহলী (India vs South Africa and Virat Kohli)ভাৰত বনাম দক্ষিণ আফ্ৰিকাত দল 11 (Team 11 in Ind vs SA)ভাৰত বনাম দক্ষিণ আফ্ৰিকা খেল আৰম্ভ (Ind vs SA match begins)Was this helpful?

Table of Contents

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা বিৱৰণ
  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা আৰু বিৰাট কোহলী
    • ভাৰত বনাম দক্ষিণ আফ্ৰিকাত দল 11
  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা খেল আৰম্ভ

ভাৰত বনাম দক্ষিণ আফ্ৰিকা বিৱৰণ (Ind vs SA Details)

স্থান: কলকাতাৰ ইডেন গাৰ্ডেন

খেল: ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA)

তাৰিখ: ৫ নৱেম্বৰ, 2023

সময়: দুপৰীয়া ২ বজাত

ভাৰত বনাম দক্ষিণ আফ্ৰিকা আৰু বিৰাট কোহলী (India vs South Africa and Virat Kohli)

বিৰাট কোহলীক “কিং কোহলী” দৰে অভিবাদন কৰা হৈছে। আজি ৫ নৱেম্বৰ ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) খেলৰ দিনাই কোহলীৰ 35 তম জন্মদিন। কোহলীৰ আজিৰ দিনটো বিশেষ কৰাৰ ইয়াতকে আৰু কি ভাল উপায় আছে, কোহলীয়ে 49 তম শতক কৰি দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে এক অভিলেখ গঢ়ি তুলে। যিটো শচীনৰ অভিলেখৰ সমতুল্য হয়। কোহলী বিশ্বকাপ 2023 (World Cup 2023)-ৰ আগশাৰীৰ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত তৃতীয় স্থানত আছে, 85, 55 নট আউট, 103 নট আউট আৰু 88 ৰাণসংগ্ৰহ কৰে।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাত দল 11 (Team 11 in Ind vs SA)

ভাৰত 11: ৰোহিত শৰ্মা (C), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (W), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ

দক্ষিণ আফ্ৰিকা: কুইন্টন ডি কক (W), টেম্বা বাভুমা (C), ৰাছি ভান ডাৰ ডুছেন, এডেন মাৰ্ক্ৰাম, হেনৰিখ ক্লাসেন, ডেভিড মিলাৰ, মাৰ্কো জানচেন, কেশৱ মহাৰাজ, তাব্ৰাইজ চামচি, কাগিচো ৰাবাডা, লুঙ্গি এনগিডি

ভাৰত বনাম দক্ষিণ আফ্ৰিকা খেল আৰম্ভ (Ind vs SA match begins)

প্ৰথম ইনিংছ:

কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) খেল খনৰ প্ৰথম ইনিংছ আৰম্ভ হয়। টছত জয়ী হৈ ভাৰত প্ৰথম বেটিং কৰে। ভাৰতৰ হৈ প্ৰথম বেটিং ৰোহিত শৰ্মা আৰু শুভমান গিল কৰে আৰু দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথম বলিং লুঙ্গি এনগিডিয়ে কৰে। ৰাবাডাৰ পঞ্চম বলত ৰোহিত শৰ্মা 40 ৰাণ (24 অভাৰত) সংগ্ৰহ কৰি আউট হয়। কোহলী তৃতীয় স্থানত বেটিং কৰিবলে আহে। আজি ৫ নৱেম্বৰ কোহলীৰ 35 তম জন্মদিন। গিল 10 অভাৰত মহাৰাজৰ বলিংৰ দ্বাৰা আউট হয়। 14 অভাৰত ভাৰতৰ 100 ৰাণ সম্পূৰ্ণ। ভাৰতে 32 অভাৰত 200 ৰাণ সম্পূৰ্ণ কৰিছে। কোহলী আৰু আয়াৰে এটা আনন্দদায়ক অংশীদাৰীত্ব তৈয়াৰ কৰিছে। কোহলী আৰু আয়াৰ অংশীদাৰীত্বটো 158 ৰাণত 138 ৰাণত সমাপ্ত হয়। আয়াৰ এনগিডিৰ বলত আউট হয়। ইয়াৰ পিছতে ৰাহুল আহে। ৰাহুল 8 ৰাণ (24 অভাৰত) সংগ্ৰহ কৰি জানচেন বলত আউট হয়। ভাৰত 46 অভাৰত পুনৰ চামচিৰ বলত সূৰ্যকুমাৰ যাদৱ  22 ৰাণ সংগ্ৰহ কৰি (14 বলত) আউট হয়। ইয়াৰ পিছতে জাদেজা আহে। ভাৰতৰ 300 ৰাণ সম্পূৰ্ণ হোৱাৰ লগতে বিৰাট কোহলী 49 তম শতক সম্পূৰ্ণ কৰি এটা স্মাৰক ইনিংছ আৰু নিজৰ কেৰিয়াৰত এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) খেল খনৰ প্ৰথম ইনিংছত ভাৰতে 50 অভাৰত 5 উইকেট হেৰুৱাই 326 ৰাণ সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাক ভাৰতে 327 ৰাণৰ জয়ৰ লক্ষ্য দিয়ে।

দ্বিতীয় ইনিংছ:

ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) খেল খনৰ দ্বিতীয় ইনিংছ আৰম্ভ হয়। দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথম বেটিং কুইন্টন ডি ককে আৰু টেম্বা বাভুমা কৰে আৰু ভাৰতৰ হৈ প্ৰথম বলিং যশপ্ৰীত বুমৰাহে কৰে। ডি কক 10 অভাৰত 5 ৰাণ সংগ্ৰহ কৰি মহম্মদ চিৰাজৰ বলত আউট হয়। দক্ষিণ আফ্ৰিকাই নিজৰ প্ৰথমটো উইকেট হেৰুৱাই। জাদেজাই তেওঁৰ প্ৰথম অভাৰৰ তৃতীয় বলত বাভুমাৰক আউট কৰে। ইয়াৰ পিছতে মহম্মদ ছামীয়ে আন এটা উইকেট মাৰ্ক্ৰামক আউট কৰি দখল কৰে। ভাৰতে পুনৰ দ্ৰুত গতি দক্ষিণ আফ্ৰিকাৰ দুটা উইকেট দখল কৰে। ৰবীন্দ্ৰ জাদেজাই এল.বি.ডব্লিউ.ৰ জৰিয়তে হেনৰিচ ক্লাসেনক আউট কৰে। শ্বামীয়ে আন এটা উইকেট ৰাছি ভান ডাৰ ডুছেনক এল.বি.ডব্লিউ. ৰ জৰিয়তে আউট কৰে। দক্ষিণ আফ্ৰিকাই 13.1 অভাৰত মাত্ৰ 40 ৰাণৰ সৈতে তেওঁলোকৰ আধা দল হেৰুৱাইছে। ইয়াৰ পিছতেই জাদেজাই পুনৰ ডেভিদ মিলাৰক আউট কৰে। 19 অভাৰত ভাৰতে পুনৰ দক্ষিণ আফ্ৰিকাৰ 7মটো উইকেট কেশৱ মহাৰাজক ৰবীন্দ্ৰ জাদেজাই আউট কৰে। দক্ষিণ আফ্ৰিকাৰ বাবে বেয়া সময় চলি আছে, ভাল খেলিব পৰা নাই। পুনৰ কুলদীপ যাদৱে মাৰ্কো জানছেনক আউট কৰে। কাগিচো ৰাবাডাক আউট কৰি ৰবীন্দ্ৰ জাদেজাই ভাৰত বনাম দক্ষিণ আফ্ৰিকা (India vs South Africa) খেল খনত 5 টা উইকেট দখল কৰা হ’ল। কুলদীপ যাদৱে এনগিডিক শূন্য ৰাণত আউট কৰাৰ পিছতেই ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) বিশ্বকাপ 2023 অন্ত পৰে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা খেল খনত দক্ষিণ আফ্ৰিকাই  27.1 অভাৰত 83 ৰাণ সংগ্ৰহ কৰে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা (India vs South Africa) খেল খনত ভাৰত 243 ৰাণত জয়লাভ কৰে। এই খেল খনত বিৰাট কোহলীক তেওঁৰ সুন্দৰ শতকৰ বাবে প্লেয়াৰ অফ দ্য মেচ হিচাপে মনোনীত কৰা হয়। যিয়ে ভাৰতক প্ৰথমে বেটিং কৰি 326/5 ৰখাত সহায় কৰে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা (India vs South Africa) খেল খনত ভাৰত জয়লাভ কৰাৰ লগে লগে ভাৰত বিশ্বকাপ 2023 পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে।ভাৰতৰ আহিবলগীয়া অন্তিম খেল খন নেডাৰলেণ্ডৰ সৈতে হ’ব, যিটো বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।ব।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Ind vs SA, India vs South Africa, India vs South Africa ICC World Cup 2023, India vs South Africa World Cup 2023, World Cup 2023, ভাৰত বনাম দক্ষিণ আফ্ৰিকা
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article India vs Sri Lanka World Cup 2023 ভাৰত বনাম শ্ৰীলংকা বিশ্বকাপ 2023, লাইভ আপডেট, ভাৰতে শ্ৰীলংকাক 302 ৰাণত পৰাস্ত কৰে
Next Article O Mur Apunar Desh” State Anthem of Assam “অ’ মোৰ আপোনাৰ দেশ” অসমৰ জাতীয় সংগীতৰ ইতিহাস
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

কোন কি নামেৰে বিখ্যাত
Blog Education 10 December 2025
কোন কি নামেৰে বিখ্যাত (১)
Education Blog 27 November 2025
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
RRB NTPC UG 2025: Registration Window Closes Today — Apply Before Midnight
Blog 27 November 2025
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Viral Videos on Social Media: Entertainment, Controversy & Real-Life Impact
Blog 27 November 2025
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?