অৰ্থ সহ অসমীয়া জতুৱা ঠাঁচৰ সংগ্ৰহ
দুই নাৱত দুই ভৰি ( দোধোৰ মোধোৰত পৰ )
ধোদৰ পচলা ( এলেহুৱা)
নোম টেঙৰ (অতি টেঙৰ)
পেটে ভাতে খা ( কোনোমতে জীয়াই থকা)
পানী কৰ ( নষ্ট কৰ)
চেঁচা পানী ঢলা ( আশা নষ্ট কৰা)
চকুৰ কূটা দাঁতৰ শাল ( শত্ৰু)
চকু চৰহা ( আনৰ ভালটো দেখি বেজাৰ পোৱা )
চিলিম ছিগ ( সকলো উপায় নোহোৱা হোৱা)
টিঙিৰি তুলা ( খঙত জ্বলি পকি উঠ)
টুপাই বুৰ মাৰ (থাউকতে মিছা মাত)
ঢৌতে খৰ মাৰ ( জঞ্জালৰ মাজতে আজৰি উলিওৱা)
তেজক পানী কৰ ( কঠোৰ পৰিশ্ৰম কৰ)
গোৰ মাৰি গংগাত পেলোৱা ( অনিচ্ছাবশতঃ উপকাৰ কৰা )
ঘৰ গোনা ( সদায় ঘৰত থকা)
চকুৰ পচাৰতে ( তুৰন্তে)
চকুত পৰ ( দৃষ্টিগোচৰ হ)
চকুত ধূলি মাৰ( ঠগন দিয়া)
গাখীৰতে ম’হৰ খুটি ( সুখৰ উপৰি সুখ)
গা পাতি ল ( লোকৰ কৰ্ম নিজৰ বুলি কৰা)
Was this helpful?
Thanks for your feedback!
